DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীয়কত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
September 26, 2020 5:13 pm
টীয়কত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
209
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা কৃষক নীতিৰ বিৰোধিতা কৰি আজি যোৰহাট জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মৃদুল বৰাৰ নেতৃত্বত টীয়কত প্ৰতিবাদী কায্যসূচী ৰূপায়ন কৰা হয় ।

৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত টীয়কৰ জগদুৱাৰত  দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ কৰা হয় ।

প্ৰতিবাদকাৰী সকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে ।

প্ৰতিবাদকাৰীসকলে প্ৰস্তাৱিত নতুন কৃষি বিধেয়ক বাতিল নকৰিলে ভৱিষ্যতে ইয়াতকৈও ভয়াবহ আন্দোলন গঢ়ি তোলা হ’ব বুলি চৰকাৰক সকীয়াই দিয়াৰ লগতে আগন্তুক ২১ৰ  বিধান সভাৰ নিৰ্বাচনত অসমত বিজেপিক পৰাভূত কৰিব বুলি হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে।

উল্লেখযোগ্য যে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপৰিও ৰাজ্যৰ বিভিন্ন দল সংগঠনে কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত কৃষি বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।

Recent News

শিলসাঁকোৰ অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবীত মুখ্যমন্ত্ৰী, ৰাজহ মন্ত্ৰীলৈ স্মাৰকপত্ৰ

শিলসাঁকোৰ অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবীত মুখ্যমন্ত্ৰী, ৰাজহ মন্ত্ৰীলৈ স্মাৰকপত্ৰ

Gyanvapi Mosque

জ্ঞানৱাপী মছজিদ বিতৰ্ক : দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপকক জামিন দিল্লী আদালতৰ

petroldiesel_3

জনতাক সামান্য সকাহ: হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য,কিমান কমিব?

দহ হাজাৰ টকা ,হাঁহ নিদিয়াৰ বাবেই আৰক্ষীয়ে প্ৰাণ ললে যুৱকৰ! বটদ্ৰৱা থানা জ্বলালে ক্ষুদ্ধ জনতাই

দহ হাজাৰ টকা ,হাঁহ নিদিয়াৰ বাবেই আৰক্ষীয়ে প্ৰাণ ললে যুৱকৰ! বটদ্ৰৱা থানা জ্বলালে ক্ষুদ্ধ জনতাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd