• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৬ বছৰৰ পাছত ‘তাৰক মেহতা কা উল্টা চশমা’ৰ সংগ এৰিলে জনপ্ৰিয় চৰিত্ৰ গ’লীয়ে; আনুষ্ঠানিক ঘোষণা অভিনেতাজনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 27, 2024 7:38 am
2.2k
VIEWS
Share on FacebookShare on Twitter

‘তাৰক মেহতা কা উল্টা চশমা’ত জনপ্ৰিয় ‘গ’লী’ৰ চৰিত্ৰত অভিনয় কৰা কুশ শ্বাহ শ্ব’টোৰ পৰা আঁতৰি গৈছে। বিগত ১৬ বছৰে এই ধাৰাবাহিকৰ অংশ হৈ আহিছে কুশ। এটা আৱেগিক ভিডিঅ’ৰ জৰিয়তে অভিনেতাগৰাকীয়ে প্ৰস্থানৰ কথা ঘোষণা কৰে। শ্ব’টোত তেওঁৰ ঠাইত অভিনয় কৰিবলগীয়া অভিনেতাজনকো চিনাকি কৰাই দিয়ে নিৰ্মাতাসকলে।

‘তাৰক মেহতা কা উল্টা চশমা’ৰ চেটত বিদায়ী কেক কাটি অনুষ্ঠানৰ সময়ত কুশ শ্বাহ আৱেগিক হৈ পৰে। তেওঁক শ্ব’টোৰ অভিনেতা-অভিনেত্ৰী আৰু ক্ৰুৱে আৱৰি ধৰে৷

ভিডিঅ’টোত দৰ্শকক উদ্দেশ্যি কয়, “আপুনি আৰু মই প্ৰথম লগ পোৱাৰ সময়ত যেতিয়া এই শ্ব’টো আৰম্ভ হৈছিল, তেতিয়া মই বহুত সৰু আছিলো। তেতিয়াৰ পৰা আপুনি মোক বহুত মৰম দিছে। আৰু এই পৰিয়ালটোৱে মোক যিমান মৰম দিছে, আপোনালোকেও সিমানেই মৰম দিছে।মই ইয়াত বহুত স্মৃতি গোটাইছোঁ মই ইয়াতেই মোৰ শৈশৱ কটালোঁ আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল তাৰক মেহতা কা উল্টা চশমাৰ সৃষ্টিকৰ্তা শ্ৰী অসিত কুমাৰ মোদীক এই যাত্ৰাৰ বাবে ধন্যবাদ জনাইছো লগতে তেখেতে মোৰ চৰিত্ৰটোক ইমান আকৰ্ষণীয় কৰি তুলিছিল, আৰু মোক সদায় অনুপ্ৰাণিত কৰিছিল।

‘তাৰক মেহতা কা উল্টা চশমা’ৰ ভাৰতৰ অন্যতম দীৰ্ঘদিনীয়া চিটকম,ধাৰাবাহিকখনৰ বিষয়বস্তু গোকুলধাম সমবায় গৃহ নিৰ্মাণ সমিতিৰ বাসিন্দাসকলৰ জীৱনক কেন্দ্ৰ কৰি। শ্ব’টোত অভিনয় কৰিছে দিলীপ যোশী, সুনয়না ফজদাৰ, বলৱিন্দৰ সিং ছুৰি, মোনাজ মেভাৱালা, আদি অভিনেতাই।

Recent News

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd