• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাৰ চেগুনবাৰী চাহ ফেক্টৰিত শ্ৰম বিভাগৰ অভিযান

মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা by মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা
June 11, 2022 3:01 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বছৰ বছৰ ধৰি মাৰ্ঘেৰিটা নগৰ সমিতিক কৰ পৰিশোধ নকৰাৰ লগতে দীৰ্ঘদিন ধৰি ঠিকা ভিত্তিক শ্ৰমিক কৰ্মচাৰীক ভাউচাৰ পেমেণ্টৰ দ্বাৰা শোষণ অব্যাহত ৰাখি বিতৰ্কৰ মাজত সোমাই পৰা মাৰ্ঘেৰিটা নগৰৰ মাজ মজিয়াত অৱস্থিত চেগুনবাৰী চাহ ফেক্টৰিত তিনিচুকীয়া জিলা শ্ৰম বিভাগ, মাৰ্ঘেৰিটা মহকুমা প্ৰশাসন তথা মাৰ্ঘেৰিটা আৰক্ষীয়ে শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান চলায়।

Apply Now

চেগুনবাৰী চাহ ফেক্টৰিত বিশেষকৈ নিশা শিশু শ্ৰমিকক ব্যৱহাৰৰ কৰি অহাৰ এক অভিযোগ লাভ কৰাত শ্ৰম বিভাগে এই অভিযান চলাই যদিও অভিযান কালত শিশু শ্ৰমিক পোৱা নগ’ল। অন্যহাতে চাহ ফেক্টৰিটোৱে সুদীৰ্ঘ বছৰে শ্ৰমিক কৰ্মচাৰীক ভাউচাৰ পেমেণ্টত দৰমহা দি শ্ৰম আইন উলংঘা কৰি অহাৰ লগতে আন বহুকেইটা অভিযোগ আছে চাহ ফেক্টৰিটোৰ বিৰুদ্ধে।তিনিচুকীয়া জিলা শ্ৰম বিভাগে উক্ত চাহ ফেক্টৰীৰ প্ৰায় ভাগ অভিযোগ সন্দৰ্ভত জ্ঞাত য’দিও ৰহস্যজনক কাৰণত সকলো অনিয়ম দেখাৰ পিছতো চকু মুদা কুলিৰ ভাও দিছে। একাংশ শ্ৰমিক তথা বছৰ বছৰ ধৰি এখন মাত্ৰ ভাউচাৰত দৰমহা আদায় লোৱা কৰ্মচাৰী সকল ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে।

শ্ৰমিক সংগঠনৰ তৰফৰ পৰাও বিভিন্ন অনিয়ম সন্দৰ্ভত জিলা শ্ৰম বিভাগক বাৰম্বাৰ অভিযোগ প্ৰদান কৰাৰ পিছতো শ্ৰম বিষয়াই বিষয়টোত গা এৰা মনোভাৱ দিয়াৰ অভিযোগ উত্থাপিত হৈ আহিছে। সানান্য কেইজন মান স্থায়ী কৰ্মচাৰীৰ বাদে আন নব্বৈ শতাংশ শ্ৰমিক কৰ্মচাৰীৰ উক্ত চাহ বাগিছা খনত কোনো ভৱিষ্যতনিধিৰ ব্যৱস্থা নাই য’দিও জিলা শ্ৰম বিভাগ কিন্তু গোপন বুজা বুজিৰ বাবেই উক্ত বিষয়ত সম্পূৰ্ণ মৌন।

আজি অভিযানকাৰী দলটোৱে চেগুনবাৰী চাহ ফেক্টৰিক প্ৰয়োজনীয় নথি পত্ৰ সমূহ শীঘ্ৰে থিক থাক কৰি ল’বৰ বাবে নিৰ্দেশ দিয়ে য’দিও সেই নিৰ্দেশক মইমতালিৰে পৰিচালিত হোৱা চেগুনবাৰী ফেক্টৰী কতৃপক্ষই অংগুষ্ঠ প্ৰদৰ্শন কৰিব বুলিহে একাংশ শ্ৰমিকে মত প্ৰকাশ কৰিছে।

মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা

মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

August 31, 2026 1:54 pm
লাখ লাখ বাংলাদেশীক নিজ দেশলৈ আমন্ত্ৰণ মালয়েছিয়াৰ! কিন্তু কিয়?

লাখ লাখ বাংলাদেশীক নিজ দেশলৈ আমন্ত্ৰণ মালয়েছিয়াৰ! কিন্তু কিয়?

August 31, 2026 1:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd