• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

লখিমপুৰ খেৰী হিংসাত্মক ঘটনাৰ সাক্ষীৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 26, 2021 5:53 pm
SC on Pegasus snooping row
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লখিমপুৰ খেৰীত ৩ অক্টোবৰত সংঘটিত হিংসাত্মক ঘটনাৰ গোচৰটোৰ সাক্ষীসকলক সুৰক্ষা প্ৰদান কৰিবলৈ উত্তৰ প্ৰদেশ চৰকাৰক নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।

লগতে উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশ চৰকাৰক সমদলটোত শ শ কৃষক উপস্থিত থকাৰ পিছতো লখিমপুৰ খেৰী হিংসাৰ গোচৰত খুব কম সাক্ষী কিয় আছে বুলিও প্ৰশ্ন কৰে।

উত্তৰ প্ৰদেশ চৰকাৰৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা হৰিশ চালভেয়ে ভাৰতৰ মুখ্য ন্যায়াধীশ এনভি ৰমনা নেতৃত্বাধীন বিচাৰপীঠক কৈছিল যে ৬৮ জন সাক্ষীৰ ভিতৰত ৩০ জন সাক্ষীৰ বিবৃতি লিপিবদ্ধ কৰা হৈছে আৰু ২৩ জন ব্যক্তিয়ে ঘটনাটোৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰিছে।

আদালতে তেতিয়া প্ৰশ্ন কৰে যে সমদলটোত শ শ কৃষক আছিল আৰু মাত্ৰ ২৩ জন প্ৰত্যক্ষদৰ্শীহে কিয় আছে। উইচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশ চৰকাৰক অধিক সাক্ষী চিনাক্ত কৰিবলৈ নিৰ্দেশ দিয়ে।

Apply Now

“প্ৰতিবাদস্থলীত ৪,০০০ৰ পৰা ৫,০০০ লোকৰ ভিৰ আছিল যিসকল সকলো স্থানীয় লোক আৰু আনকি ঘটনাৰ পিছতো বেছিভাগে আন্দোলন কৰি আহিছে। এইটোৱেই প্ৰতিবেদিত হৈছে। তেতিয়াহ’লে এই লোকসকলক চিনাক্ত কৰাটো কোনো সমস্যা হ’ব নালাগে।” বিচাৰপীঠে কয়।

ৰাজ্য চৰকাৰে ইয়াৰ উত্তৰত কয় যে ২৩ জন মানুহেহে গাড়ীখন আৰু গাড়ীখনৰ ভিতৰত থকা লোকসকলক দেখিছে।

বিচাৰপীঠে লখিমপুৰ খেৰী গোচৰৰ সাক্ষীসকলক সুৰক্ষা দিবলৈ নিৰ্দেশ দিয়ে আৰু উত্তৰ প্ৰদেশ আৰক্ষীক ন্যায়িক দণ্ডাধীশৰ সন্মুখত প্ৰত্যক্ষদৰ্শীৰ বক্তব্য লিপিবদ্ধ কৰা ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়ে।

“আমি সংশ্লিষ্ট জিলা ন্যায়াধীশক CrPCৰ ১৬৪ ধাৰাৰ অধীনত প্ৰমাণ লিপিবদ্ধ কৰাৰ দায়িত্ব উপলব্ধ নিকটতম ন্যায়িক দণ্ডাধীশক অৰ্পণ কৰিবলৈ নিৰ্দেশ দিছো।”— বিচাৰপীঠে কয়।

আদালতে ঘটনাটোত এজন স্থানীয় সাংবাদিককে ধৰি চাৰিজন লোকৰ মৃত্যুৰ বিষয়ে পৃথক স্থিতি প্ৰতিবেদন বিচাৰে আৰু বিষয়টোৰ পৰৱৰ্তী শুনানি ৮ নৱেম্বৰত ধাৰ্য কৰে।

উল্লেখ্য যে ৩ অক্টোবৰত লখিমপুৰ খেৰী জিলাত কৃষকৰ প্ৰতিবাদৰ সময়ত কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰৰ কনভয়ে মহতীয়াই নিছিল। এই ঘটনাত চাৰিজন কৃষক আৰু এজন সাংবাদিকসহ প্ৰায় আঠজন লোক নিহত হৈছিল।

ঘটনাটোৰ সন্দৰ্ভত গোচৰটোৰ প্ৰধান অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰ আশীষ মিশ্ৰকে ধৰি তেৰজন লোকক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd