• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধনৰ বিনিময়ত আৰক্ষীৰ উপ-পৰিদৰ্শকৰ চাকৰি দিব বিচৰা প্ৰৱঞ্চক মনোজ তামুলীক গ্ৰেপ্তাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 13, 2020 10:43 am

1 min read

WhatsApp-Image-2020-09-13-at-9.15.50-AM

প্ৰৱঞ্চক মনোজ তামুলী। ফটো: টুইটাৰৰ সৌজন্যত

320
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীত উপ-পৰিদৰ্শকৰ চাকৰি দিয়াৰ নামত টকা বিচাৰি প্ৰৱঞ্চনাৰ জাল পেলোৱা প্ৰৱঞ্চক মনোজ তামুলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

শনিবাৰে নিশা প্ৰৱঞ্চক মনোজ তামুলীক লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

লখিমপুৰৰ পানীগাঁও আৰক্ষী থানাৰ অন্তৰ্গত আজাদৰ ৰাজখোৱা গাঁওৰ বাসিন্দা কীৰ্তি তামুলীৰ পুত্ৰ মনোজ তামুলী।

অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ চাকৰিৰ বাবে ৪লাখ টকা বিচৰা এক বাৰ্তালাপৰ অডিঅ’ ক্লিপ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।

ইয়াৰ পাছতে অসম আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত তৎপৰতা প্ৰদৰ্শন কৰি অভিযানত নামি পৰে।

আৰক্ষীয়ে বৰ্তমান প্ৰৱঞ্চক মনোজ তামুলীক জেৰা অব্যাহত ৰাখিছে আৰু এই ঘটনাৰ আঁৰত কোনো বৃহৎ চক্ৰ জড়িত আছে নেকি তাৰো অনুসন্ধান চলাইছে।

We've arrested the person behind the now infamous 'Audio Clip' who tried to malign our name in current recruitment drive of Sub Inspectors & Constables

His name is Manoj Tamuli, s/o Kirti Tamuli from Rajkhowa Gaon, Azad, PS- Panigaon.#AssamPoliceRecruitment#Assampolice #Assam

— DGP Assam (@DGPAssamPolice) September 12, 2020

প্ৰৱঞ্চক মনোজ তামুলীক গ্ৰেপ্তাৰ কৰাৰ পাছত লখিমপুৰ আৰক্ষীয়ে টুইটাৰ যোগে এই গ্ৰেপ্তাৰৰ কথা জানিবলৈ দিয়ে।

আনহাতে, অসম  আৰক্ষীৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তয়ো প্ৰৱঞ্চকজনৰ গ্ৰেপ্তাৰৰ কথা টুইটাৰত প্ৰকাশ কৰিছে।

তেওঁ আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি প্ৰক্ৰিয়াত অসম আৰক্ষীক বদনাম কৰিবলৈ চেষ্টা চলোৱা বৰ্তমান ভাইৰেল হৈ পৰা অডিঅ’ ক্লিপৰ আঁৰৰ ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা বুলি সদৰী কৰিছে।

Recent News

Story-8-15-1140x570-750x375

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

EsaeaS7VcAArt3Q-1140x570

দুখনকৈ জনসভাত অংশ লৈ আজি বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে!

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd