DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰ চহৰৰ মাজমজিয়াত ভূ-মাফিয়াৰ দপদপনি; বেদখল কৰিলে বিশাল চৰকাৰী ভূমি

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ by ৰিনয় বসুমতাৰী, কোকৰাঝাৰ
March 15, 2022 5:37 pm
Kokrajhar land mafia warned

ফটো: নৰ্থইষ্ট।

111
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰ চহৰৰ মাজমজিয়াৰ পাথৰঘাটত সেনা ছাউনি প্ৰত্যাহাৰ কৰাৰ পিছতে  বিশাল চৰকাৰী ভূমি বেদখল কৰি ভূ-মাফিয়া চন্দন পাল নামৰ ব্যক্তিগৰাকীয়ে  প্ৰশাসনকে অংগুষ্ঠ প্ৰদৰ্শন কৰে।

প্ৰশাসনক কেৰেপ নকৰি এইদৰে বেদখল কৰা মাটিত ইটা ,বালি আৰু নিমখৰ বস্তা ৰাখি ভাড়াতীয়া গুণ্ডা বাহিনীৰে চন্দন পাল নামৰ অনা অসমীয়া ব্যৱসায়ী গৰাকীয়ে বিশাল ভূমি কব্জা কৰি ৰাখিছে৷

এই ঘটনাকলৈ ইতিমধ্যে বিটিআৰত তুমুল প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে ৷

লগতে পঢ়ক: মহানগৰীৰ গাড়ীগাঁওৰ দলবদ্ধ বলাৎকাৰৰ অভিযুক্ত এজনক গ্ৰেপ্তাৰ

বিটিআৰৰ ভূমি-ৰাজহ বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে পাথৰঘাটত পদাপৰ্ণ কৰি কোকৰাঝাৰ ৰাজহ চক্ৰ বিষয়া ৰাহুল ফুকনকলৈ চৰজমিন তদন্ত চলায় ৷

উল্লেখ্য যে বেদখলকৃত এই ভূমিখিনি ১৯৯৯ চনত কোকৰাঝাৰ জল সম্পদ বিভাগক আৱন্টন দিয়া হৈছিল ৷

ইপিনে, ভূ-মাফিয়া চন্দন পালৰ এই কু-কীৰ্তিকলৈ সৰৱ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে জলসম্পদ বিভাগক তাৎক্ষণিকভাৱে গোচৰ তৰাৰ নিৰ্দেশ দিয়াৰ লগতে চন্দন পালক গ্ৰেপ্তাৰ কৰাৰো হুংকাৰ দিয়ে।

লগতে পঢ়ক: ৰাভা হাছঙত বঙহৰ যুঁজ! ভূমিপুত্ৰৰ সংগঠনসমূহৰ মাজত তীব্ৰতৰ হৈ উঠিছে মতানৈক্য

বসুমতাৰীয়ে ভূ-মাফিয়া চন্দন পালক ফোনযোগেও ধমক দি চৰকাৰী মাটি দখল কৰাৰ সাহস ক’ত পালে বুলি প্ৰশ্ন কৰে৷ 

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd