DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যোৰহাটত ইন্দ্ৰধনুশ গেছ গ্ৰীড লিমিটেডৰ মাটি দখলৰ বিৰুদ্ধে ভূমি অধিকাৰ সুৰক্ষা সমিতি

এন ই নাও নিউজ, যোৰহাট by এন ই নাও নিউজ, যোৰহাট
March 15, 2022 8:13 pm
Indradhanush Gas grid pvt. ltd.

ফটো: নৰ্থইষ্ট নাও।

121
VIEWS
Share on FacebookShare on Twitter

ইন্দ্ৰধনুশ গেছ গ্ৰীড লিমিটেডৰ দ্বাৰা অবৈধ মাটি দখলৰ বিৰুদ্ধে যোৰহাটত আজি এখন সংবাদমেল অনুষ্ঠিত হয় l

উত্তৰ পশ্চিম যোৰহাটৰ কৃষকৰ মাটি অবৈধভাৱে দখলক লৈ উত্তৰ পশ্চিম যোৰহাটৰ ভূমি অধিকাৰ সুৰক্ষা সমিতি সৰৱ হৈ পৰা পৰিলক্ষিত হয় l

ইপিনে, উত্তৰ পশ্চিম যোৰহাটৰ কৃষি ভূমি ইন্দ্ৰধনুশ গেছ গ্ৰীড লিমিটেডে অবৈধভাৱে দখল কৰা বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি ৰাইজে দাবী উত্থাপন কৰিছে l

লগতে পঢ়ক: কোকৰাঝাৰ চহৰৰ মাজমজিয়াত ভূ-মাফিয়াৰ দপদপনি; বেদখল কৰিলে বিশাল চৰকাৰী ভূমি

কৃষি ভূমি দখল কৰাৰ বাবে যোৰহাট জিলা উপায়ুক্তৰ ওচৰত বাৰম্বাৰ ক্ষতিপূৰণ বিচাৰি অনুৰোধ জনাইও কোনো সদুত্তৰ নাপাই মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি উত্তৰ পশ্চিম যোৰহাটৰ ভূমি অধিকাৰ সুৰক্ষা সমিতিয়ে আজি এই সংবাদমেলৰ আয়োজন কৰে l

আনহাতে, মাটিৰ মূল্য সঠিক ৰূপত মূল্যায়ন কৰি কৃষকৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ কৃষক ৰাইজে আহ্বান জনাইছে l 

Recent News

Gyanvapi Mosque Case

জ্ঞানৱাপী মছজিদ বিতৰ্ক: মঙলবাৰে শুনানি গ্ৰহণ কৰিব বাৰানসী জিলা আদালতে

“মহিলাক যৌন নিৰ্যাতন চলোৱা সকলো ভাড়াঘৰৰ মালিকক মাৰি খতম কৰি দিব লাগে”:হত্যাত অভিযুক্ত ধৰণী ডেকাৰ বিস্ফোৰণ

“মহিলাক যৌন নিৰ্যাতন চলোৱা সকলো ভাড়াঘৰৰ মালিকক মাৰি খতম কৰি দিব লাগে”:হত্যাত অভিযুক্ত ধৰণী ডেকাৰ বিস্ফোৰণ

মানৱকেন্দ্ৰিক বিকাশত গুৰুত্ব দিয়ক, বানগ্ৰস্ত লোকক উদ্ধাৰ কৰক,অমানৱীয় উচ্ছেদ বন্ধ কৰক:অসম নাগৰিক সমাজ

মানৱকেন্দ্ৰিক বিকাশত গুৰুত্ব দিয়ক, বানগ্ৰস্ত লোকক উদ্ধাৰ কৰক,অমানৱীয় উচ্ছেদ বন্ধ কৰক:অসম নাগৰিক সমাজ

Rajya Sabha Secretariat

দুবছৰ বিৰতিৰ পাছত ৰাজ্যসভা সচিবালয়ত উপস্থিতিৰ প্ৰামাণিকৰ বাবে পুনৰ বায়োমেট্ৰিক পদ্ধতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd