• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লংকাৰ এগৰাকী মূলাগাভৰু! উচিত প্ৰত্যুত্তৰে ঘূৰাই পঠালে দোকান বন্ধ কৰাবলৈ অহা বন্ধৰ সমৰ্থকক

এন ই নাও নিউজ by এন ই নাও নিউজ
November 3, 2018 10:37 pm
Mulagabharu

দোকান বন্ধ কৰাবলৈ অহা বন্ধৰ সমৰ্থকক দৃঢ়তাৰে বাধা দিয়া যুৱতীগৰাকী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেইশ্যনৰ অসম বন্ধৰ সময়ত দোকান বন্ধ কৰাবলৈ চেষ্টা কৰা বন্ধৰ সমৰ্থকৰ এটা দলক সঠিক প্ৰত্যুত্তৰেৰে বিমুখ কৰিলে দুগৰাকীমান অসমীয়া গাভৰুৱে। গালি-গালাজ নহয়, উচিত যুক্তিৰে প্ৰতিহত কৰিলে তেওঁলোকৰ অভিপ্ৰায়ক।

ঘটনাটো লংকা সুভাষ নগৰৰ। নিজৰ ঘৰৰ পদূলিত থকা নিজৰ ব্যৱসায় প্ৰতিষ্ঠানখন খোলাৰ লগে লগে আজিৰ অসম বন্ধৰ সমৰ্থকৰ প্ৰায় অৰ্ধ শতাধিক বাঙালী যুৱকে প্ৰথমে আহি যুৱতীগৰাকীৰ লগত বাকযুদ্ধত লিপ্ত হয়।

Apply Now

বন্ধৰ সমৰ্থকৰ দলটোৱে জোৰ কৰি যুৱতীগৰাকীৰ প্ৰতিষ্ঠান বন্ধ কৰিবলৈ বিচৰাত তেওঁলোকক যুৱতীগৰাকীয়ে দৃঢ়তাৰে কয়, “নকৰো দোকান বন্ধ। গলিয়ে গলিয়ে আহি আপোনালোকে দোকান বন্ধ কৰিবলৈ কোন?”

“মানুহকেইজন মৰা কাৰণে আমি দুখ পাইছো। আমিও কেণ্ডেল জ্বলাইছিলো। কিন্তু বন্ধ দিলেই তেওঁলোক ঘূৰি নাহে।” যুৱতীগৰাকীৰ হৈ মাত মতা আন এগৰাকী মহিলাই তেওঁলোকক কয়।

আনহাতে এজন অসমীয়া যুৱকে তেওঁলোকক প্ৰশ্ন কৰে, “আপোনালোকে ২৩ তাৰিখৰ বন্ধক সমৰ্থন কৰিছিল নে?”

মহিলাকেইগৰাকীৰ এগৰাকীয়ে কয়, “দুদিন মানৰ পূৰ্বে এজনী ছোৱালীক জিন্দা জ্বলাই দিছিল। আপোনালোকে বন্ধ দিছিল নে? অসমৰ আনবোৰ হত্যা-ধৰ্ষণত আপোনালোকে কেতিয়াবা বন্ধ দিছিল নে?”

যুৱতীগৰাকীয়ে কয়, “মোৰ এটা প্ৰশ্নৰ উত্তৰ দিয়ক। আপোনালোকৰ বেগলী মানুহ এজনে যে এজনী বেংগলী ছোৱালীক ৰেইপ কৰিছিল, আপোনালোকে বন্ধ কিয় দিয়া নাছিল?”

“বন্ধই কাৰো একো লাভ নকৰে, একো সমস্যা সমাধান নকৰে। ৰাজনীতি ইয়াত নহয়।” এইবুলি কৈ দোকান বন্ধ নকৰো বুলি দৃঢ়তাৰে জনাই দিয়ে।

ইফালে বন্ধৰ সমৰ্থকসকলে এই সমগ্ৰ ঘটনাটোৰ ৰেকৰ্ডিং কৰি থাকে। বন্ধৰ সমৰ্থকসকলে তেওঁক ভাবুকি দিয়াৰো অভিযোগ আনিছে যুৱতীগৰাকীয়ে।

আনহাতে যুৱতীগৰাকীয়েও সকলো দৃশ্য নিজৰ ম’বাইলত আবদ্ধ কৰি ৰাখে। পিছত তেওঁ ঘটনা সম্বন্ধে লংকা আৰক্ষীক অৱগত কৰা বুলি জানিব পৰা গৈছে।

“>

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: প্ৰমাণ হেৰাই যোৱাৰ আশংকাত উচ্চতম ন্যায়ালয়ত জৰুৰী আৱেদন

ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: প্ৰমাণ হেৰাই যোৱাৰ আশংকাত উচ্চতম ন্যায়ালয়ত জৰুৰী আৱেদন

June 29, 2026 2:38 pm
অৰুণাচল প্ৰদেশত পুনৰ ডাৱৰ বিস্ফোৰণ; উদ্ধাৰকাৰী নাও ডুবি সন্ধানহীন ৯ জন, ৩ জনৰ মৃত্যু

অৰুণাচল প্ৰদেশত পুনৰ ডাৱৰ বিস্ফোৰণ; উদ্ধাৰকাৰী নাও ডুবি সন্ধানহীন ৯ জন, ৩ জনৰ মৃত্যু

June 29, 2026 2:32 pm
ভাৰতৰ ভৱিষ্যতক লৈ পি চিদাম্বৰমৰ ডাঙৰ সকীয়নি, পাঁচটা উদ্বেগজনক দিশৰ কথা উল্লেখ

ভাৰতৰ ভৱিষ্যতক লৈ পি চিদাম্বৰমৰ ডাঙৰ সকীয়নি, পাঁচটা উদ্বেগজনক দিশৰ কথা উল্লেখ

June 29, 2026 2:28 pm

৩ বছৰীয়া শিশুক ধৰ্ষণ আৰু হত্যা: ৬০ দিনৰ ভিতৰত ৬৫ বছৰীয়া বৃদ্ধক মৃত্যুদণ্ড

June 29, 2026 1:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: প্ৰমাণ হেৰাই যোৱাৰ আশংকাত উচ্চতম ন্যায়ালয়ত জৰুৰী আৱেদন

ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: প্ৰমাণ হেৰাই যোৱাৰ আশংকাত উচ্চতম ন্যায়ালয়ত জৰুৰী আৱেদন

June 29, 2026 2:38 pm
অৰুণাচল প্ৰদেশত পুনৰ ডাৱৰ বিস্ফোৰণ; উদ্ধাৰকাৰী নাও ডুবি সন্ধানহীন ৯ জন, ৩ জনৰ মৃত্যু

অৰুণাচল প্ৰদেশত পুনৰ ডাৱৰ বিস্ফোৰণ; উদ্ধাৰকাৰী নাও ডুবি সন্ধানহীন ৯ জন, ৩ জনৰ মৃত্যু

June 29, 2026 2:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd