• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এছ’চিয়েশ্যন অৱ চাৰ্জনচ অৱ আসামৰ বঙাইগাঁও শাখাৰ উদ্যোগত বিনামূলীয়া লেপাৰস্কপিক আৰু মুকলি অস্ত্ৰোপচাৰ শিবিৰ সম্পন্ন

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
July 9, 2022 5:04 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এছ’চিয়েশ্যন অৱ চাৰ্জনচ অৱ ইণ্ডিয়াৰ অসম ৰাজ্যিক কমিটিৰ বঙাইগাঁও শাখাৰ উদ্যোগত তথা বঙাইগাঁও জিলা স্বাস্থ্য সেৱা বিভাগৰ সহযোগত ৭ জুলাইৰ পৰা ৯ জুলাইলৈ তিনিদিনীয়াকৈ বঙাইগাঁও অসামৰিক চিকিৎসালয়ত এক “ বিনামূলীয়া লেপাৰস্কপিক আৰু মুকলি অস্ত্ৰোপচাৰ শিবিৰ” অনুষ্ঠিত কৰা হয়৷ উল্লেখ্য যে এছ’চিয়েশ্যন অৱ চাৰ্জনচ অৱ ইণ্ডিয়া ( এএছআই) ৰ সমাজ সেৱাৰ কাম-কাজৰ অংশ হিচাপে আয়োজন কৰা এই অস্ত্ৰোপচাৰ শিবিৰৰ নেতৃত্বত আছিল এ এছ আইৰ কাৰ্যকৰী সমিতিৰ সদস্য তথা জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ এন.এন.দাস ৷ বিনামূলীয়া লেপাৰস্কপিক আৰু মুকলি অস্ত্ৰোপচাৰ শিবিৰটোত মুঠ ২২ গৰাকী ব্যক্তিৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয় ৷

ইয়াৰে ভিতৰত ১৯ জনৰ গলব্লাডাৰ, এজনৰ হাইড্ৰছেল, এজনৰ থায়ৰয়েড আৰু এজনৰ হাৰ্ণিয়া ৰোগৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ লগতে বিনামূলীয়া ঔষধ প্ৰদান কৰা হয়৷ অস্ত্ৰোপচাৰ শিবিৰত অংশগ্ৰহণ কৰা সকলৰ ভিতৰৰ অধিকাংশই আছিল বঙাইগাঁও জিলাৰ লগতে পাৰ্শ্বৱতী এলেকাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি ৷ শুকুৰবাৰে বঙাইগাঁও অসামৰিক চিকিৎসালয় প্ৰাংগণত আয়োজিত এক সংবাদ মেলত এ এছ আইৰ কাৰ্যকৰী সমিতিৰ সদস্য তথা জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ এন এন দাসে এই কথা জানিবলৈ দিয়ে ৷ তেওঁ লগতে জানিবলৈ দিয়া মতে এই অস্ত্ৰোপচাৰ শিবিৰটো অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বঙাইগাঁও জিলাৰ উপায়ুক্ত নবদ্বীপ পাঠক, জিলাৰ অতিৰিক্ত উপায়ুক্ত ( স্বাস্থ্য), বঙাইগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: পৰেশ কুমাৰ ৰয়, বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা: নাজিৰুল ইছলাম, গুৱাহাটীৰ পৰা অহা অস্ত্ৰোপচাৰ বিশেষজ্ঞ, স্থানীয় বঙাইগাঁও শাখাৰ অস্ত্ৰোপচাৰ বিশেষজ্ঞ সকল, সভাপতি ডাঃ চণ্ডী পি দাস, সম্পাদক ডাঃ সুশান্ত সিনহা, শাখা সমিতিৰ পূৰ্বৰ সভাপতি ডাঃ ডি হাজৰিকা, ডাঃ এম এন শইকীয়া, নাৰ্ছিং ষ্টাফ, চিকিৎসালয়ৰ ষ্টাফ, স্থানীয় শৈল চিকিৎসক, এনাস্থেচিয়লজিষ্ট আদিয়ে একান্তভাৱে সমৰ্থন আৰু সহযোগিতা আগবঢ়োৱা অস্ত্ৰোপচাৰ শিবিৰটোত ঔষধ প্ৰস্তুতকাৰী কোম্পানী ক্ৰমে ষ্ট্ৰাইকাৰ (Stryker), হাবুন ছাৰ্জিকেল, জনচন এণ্ড জনচন আদিয়ে অংশ গ্ৰহণে কৰে ৷

Apply Now

উল্লেখ্য যে অস্ত্ৰোপচাৰ কাৰ্য সম্পাদন কৰা বিশেষজ্ঞৰ দলটোত ডাঃ এন এন দাসৰ লগতে ডাঃ চি পি দাস, ডাঃ আৰ চি ব্ৰহ্ম, ডাঃ আমেং থাম, ডাঃ এম এন শইকীয়া, ডাঃ এছ ফুকন, ডাঃ অৰ্ণব বৰুৱা, ডাঃ কে এ আহমেদ, ডাঃ সুশান্ত সিনহা, ডাঃ সুমন পাল, ডাঃ সাহিদুল শইকীয়াৰ লগতে এনাস্থেচিয়া (anesthetics) ডাঃ এম এম ৰহমান, ডাঃ গীতিকা পাঠক, ডাঃ ৰাজেশ শ্বাহ, ডাঃ ঋতুৰাজ আৰু ডাঃ কৃষ্ণ আচাৰ্যী আছিল।

আনহাতে অস্ত্ৰোপচাৰ শিবিৰটো পৰিচালনা তথা সফল কৰি তোলাৰ ক্ষেত্ৰত স্থানীয় স্বাস্থ্য প্ৰতিষ্ঠান নামনি অসম হাস্পতাল আৰু গৱেষণা কেন্দ্ৰ , আৰোগ্য হাস্পতাল আৰু গৱেষণা কেন্দ্ৰৰ লগতে ৰঙিয়াৰ স্পৰ্শ স্বাস্থ্য আৰু গৱেষণা কেন্দ্ৰইও সহযোগিতা আগবঢ়ায় ৷ স্মৰ্তব্য যে এছ’চিয়েশ্যন অৱ চাৰ্জনচ অৱ আসামৰ বঙাইগাঁও শাখাৰ দ্বাৰা বঙাইগাঁৱত প্ৰথম বাৰৰ বাবে আয়োজিত এই শিবিৰত ৰাজ্যিক কমিটিৰ সভাপতি ডা: ডি.কে.শৰ্মা আৰু সাধাৰণ সম্পাদক ডাঃ ৰূপনায়ন গোস্বামীয়েও পূৰ্ণ সহযোগিতা আগবঢ়ায় ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm
প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd