• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুহা মন্দিৰত ভক্তৰ ভিৰ : শিৱৰাত্ৰিৰ চাৰিদিনৰ ভিতৰত গ’লে সিদ্ধি হয় মনোকামনা

NE NOW NEWS ভাৰ্গব হাজৰিকা
পুৰণিগুদাম , March 6, 2019 1:05 pm

1 min read

গুহা মন্দিৰত ভক্তৰ ভিৰ : শিৱৰাত্ৰিৰ চাৰিদিনৰ ভিতৰত গ’লে সিদ্ধি হয় মনোকামনা

গুহা মন্দিৰত ভক্তৰ ভিৰৰ আলোকচিত্ৰ

691
VIEWS
Share on FacebookShare on Twitter

মহা শিৱৰাত্ৰি সামৰণি পৰাৰ তিনিদিন পাছতো চামগুৰিৰ ন’নৈ চাহ বাগিচাৰ এটা বিশেষ মন্দিৰত ভক্তৰ লানি নিছিগা ভিৰ পৰিলক্ষিত হৈছে। প্ৰবাদ আছে শিৱৰাত্ৰিৰ পৰা চাৰিদিন পৰ্য্যন্ত এই মন্দিৰ দৰ্শন কৰিলে মনোকামনা পূৰ্ণ হয়। সেয়েহে ভগবানৰ আশিষ বিচাৰি মন্দিৰ চৌহদত উপস্থিত হৈছে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ।

ন’নৈ চাহ বাগিচাৰ সমীপৰ পাহাৰত আঢ়ৈশ ফুট উচ্চতাত অৱস্থিত গুহা মন্দিৰ এবাৰ দৰ্শনৰ বাবেই এতিয়া দৰ্শনাৰ্থীৰ ভিৰ। লোককথা অনুসৰি বহু বছৰ পূৰ্বে এজন গৰখীয়াই প্ৰথমবাৰৰ বাবে পাহাৰৰ ওপৰত বৃহৎকায় শিলৰ মাজত এটা গুহা আৰু শিৱলিঙ্গ প্ৰত্যক্ষ কৰিছিল। সেই দিনৰ পৰাই সোমবাৰে আৰু মহা শিৱৰাত্ৰিৰ তিনি-চাৰি দিন পাছলৈ শিৱৰ আশীৰ্বাদ লাভৰ বাবে ভক্তসকলে শাৰী পাতে গুহা মন্দিৰত।

আনহাতে, চলিত বছৰতো ইয়াৰ ব্যতিক্ৰম নহ’ল। হাজাৰ হাজাৰ শিৱভক্তই শিৱৰাত্ৰিৰ দিনৰ পৰাই মন্দিৰটো দৰ্শনৰ বাবে ওলাই আহিছে। উদ্যোক্তা সমিতিৰ তৰফৰ পৰা জনোৱা মতে ন’নৈ চাহ বাগিচাৰ পৰা পাহাৰৰ ওপৰলৈ যাবৰ বাবে স্থানীয় ৰাইজে নিৰ্মান কৰি উলিওৱা পথটোৰ বাবে এতিয়া মন্দিৰলৈ যাতায়ত সুগম হৈ উঠিছে।

Recent News

Paresh-Baruah-1-750x375

প্ৰধান মন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণৰ পূৰ্বে ডিগবৈৰ সেনা শিবিৰত আলফা(স্বা)ৰ বোমা বিস্ফোৰণ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শুকানজূলী ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত অৱস্থাত ড্ৰোন উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য

জখলাবন্ধাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

জখলাবন্ধাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd