• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আততায়ীৰ নিৰ্বিচাৰ গুলীচালনাত থকাসৰকা লস্কৰ-ই-তৈবাৰ প্ৰতিষ্ঠাপক আমিৰ হামজা, লাহোৰত চাঞ্চল্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:13 am
76
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আকৌ এবাৰ পাকিস্তানৰ মাটিত অচিনাক্ত আক্ৰমণকাৰীয়ে লক্ষ্য কৰি লৈছে লস্কৰ-ই-তৈবাৰ শীৰ্ষ নেতাক। লাহোৰৰ এটা নিউজ চেনেলৰ কাৰ্যালয়ৰ বাহিৰত লস্কৰ-ই-তৈবাৰ প্ৰতিষ্ঠাপক সদস্য তথা কুখ্যাত উগ্ৰপন্থী আমিৰ হামজাক লক্ষ্য কৰি নিৰ্বিচাৰ গুলীচালনা কৰে দুষ্কৃতিকাৰীয়ে। বৰ্তমান হামজা চিকিৎসালয়ত গুৰুতৰভাৱে আহত অৱস্থাত চিকিৎসাধীন হৈ আছে, তেওঁৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

আমিৰ হামজা কেৱল লস্কৰ-ই-তৈবাৰ প্ৰতিষ্ঠাপক সদস্যই নহয়, তেওঁ হাফিজ ছইদৰ দীৰ্ঘদিনীয়া ঘনিষ্ঠ সহযোগী আছিল। আশীৰ দশকত আফগান মুজাহিদীনত থাকি যুদ্ধ কৰাৰ অভিজ্ঞতাও তেওঁৰ আছিল।

Apply Now

তেওঁ আছিল লস্কৰ-ই-তৈবাৰ মূল মুখপত্ৰ ‘মাজাল্লা আল-দাৱা’ৰ প্ৰতিষ্ঠাপক সম্পাদক। তেওঁৰ উগ্ৰ ভাষণ আৰু উগ্ৰবাদী মতাদৰ্শৰ প্ৰচাৰ কৰা ‘কাফিলা দাৱত আৰ শ্বাহাদত’ নামৰ গ্ৰন্থখনে উগ্ৰপন্থীক প্ৰেৰণা যোগোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

আমেৰিকাৰ কোষাগাৰ বিভাগে তেওঁক ‘গ্ল’বেল টেৰ’ৰিষ্ট’ বুলি ঘোষণা কৰিছে। লস্কৰৰ কেন্দ্ৰীয় সমিতিত তেওঁ উগ্ৰপন্থী নিযুক্তি, ধন সংগ্ৰহ আৰু কাৰাবন্দী উগ্ৰপন্থীক মুক্তিৰ আলোচনাৰ কাম চম্ভালিছিল।

২০১৮ চনত যেতিয়া পাকিস্তান চৰকাৰে লস্কৰৰ সৈতে জড়িত সংগঠন জামাত-উদ-দাৱা আৰু ফালাহ-ই-ইনছানিয়াত ফাউণ্ডেশ্যনক নিষিদ্ধ কৰিছিল, তেতিয়া হামজাই কৌশলগতভাৱে নিজকে আঁতৰাই ৰাখি ‘জীছ-ই-মানকাফা’ নামৰ এটা নতুন গোট গঠন কৰিছিল। অভিযোগ অনুসৰি এই সংগঠনৰ জৰিয়তে তেওঁ জম্মু-কাশ্মীৰত উগ্ৰপন্থী কাৰ্যকলাপ চলাইছিল।

সূত্ৰৰ পৰা জানিব পৰা মতে, বৃহস্পতিবাৰে লাহোৰৰ এটা নিউজ চেনেলৰ কাৰ্যালয়ৰ সন্মুখত পাৰ হৈ যোৱাৰ সময়তে অচিনাক্ত বন্দুকধাৰীয়ে তেওঁলৈ লক্ষ্যকৰি গুলীচালনা কৰে। পাকিস্তানৰ ভূমিত লস্কৰৰ নেতৃত্বৰ বাবে হামজাৰ আক্ৰমণক এক বৃহৎ বিপৰ্যয় হিচাপে বিবেচিত হৈছে।

শেহতীয়াকৈ পাকিস্তানৰ মাটিত ধাৰাবাহিকভাৱে ভাৰত বিৰোধী উগ্ৰপন্থী নেতাৰ ৰহস্যজনক মৃত্যু বা আক্ৰমণ সংঘটিত হৈছে। আমিৰ হামজাৰ ওপৰত কৰা আক্ৰমণ সেই ধাৰাবাহিকৰ অংশ নেকি সেই সন্দৰ্ভত জল্পনা-কল্পনা আৰম্ভ হৈছে। সম্প্ৰতি পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে ঘেৰি ধৰিছে চিকিৎসালয় চৌহদ। এতিয়ালৈকে কোনো সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am
চান্দীপুৰা ভাইৰাছৰ আতংক: শিশুৰ মগজুত কেনেকৈ আক্ৰমণ কৰে এই মাৰাত্মক ৰোগে?

চান্দীপুৰা ভাইৰাছৰ আতংক: শিশুৰ মগজুত কেনেকৈ আক্ৰমণ কৰে এই মাৰাত্মক ৰোগে?

August 12, 2026 8:08 am
মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd