• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছাত্ৰ-ছাত্ৰী সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যলৈ আইন ছাত্ৰ সন্থাৰ স্মাৰক পত্ৰ

কল্পজ্য়োতি শইকীয়া by কল্পজ্য়োতি শইকীয়া
May 12, 2020 5:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্নাতক-স্নাতকোত্তৰ বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে সন্মুখিন হৈ থকা বিভিন্ন সমস্যাৰ সমাধান বিচাৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যলৈ আইন ছাত্ৰ সন্থাই আজি স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

স্মাৰক পত্ৰত আইন ছাত্ৰ সন্থাই উপাচাৰ্য্য গৰাকীক ৪০-৫০ দিনৰ শ্ৰেণীকোঠাৰ পাঠদান সম্পন্ন কৰিহে ষান্মসিকৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়।

Apply Now

বৰ্তমান সময়ত কোভিড-১৯ এ সমগ্ৰ বিশ্বত সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে দেশৰ আন ছাত্ৰ-ছাত্ৰীসকলৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয় আৰু ইয়াৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকল গভীৰ অনিশ্চয়তাত ভুগি আছে।

সেয়েহে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যলৈ আজি এক স্মাৰক পত্ৰ প্ৰেৰণ কৰি ছাত্ৰ-ছাত্ৰীসকলে সন্মুখিন হোৱা কেইটামান সমস্যাৰ বিষয়ে অৱগত কৰাৰ লগতে সমস্যাসমূহৰ সমাধান কৰিবলৈ দাবী উত্থাপন কৰে সদৌ অসম আইন ছাত্ৰ সন্থাই।

স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ পাছত নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰে হোৱা কথা-বতৰাত সন্থাৰ মুখ্য কাৰ্য্য নিৰ্বাহক মৃন্ময় কলিতাই কয়, ‘বৰ্তমান চলি থকা ষান্মসিকৰ আৰম্ভণিতে বিশ্ববিদ্যালয় তথা মহাবিদ্যালয়সমূহ বন্ধ হৈ পৰে যদিও অ’নলাইন পদ্ধতিৰে পাঠদান চলি আছে। কিন্তু এই শিক্ষা পদ্ধতিয়ে সকলো প্ৰকাৰৰ ছাত্ৰ-ছাত্ৰীক স্পৰ্শ কৰাত ব্যৰ্থ হৈছে।‘

সেয়েহে পৰিস্থিতি কিছু স্বাভাৱিক হোৱাৰ পাছত সজাগতা অৱলম্বন কৰি ৪০-৫০ দিনৰ শ্ৰেণীকোঠাৰ পাঠদান সম্পন্ন কৰিহে ষান্মসিকৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সন্থাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যক দাবী জনায়।

ইয়াৰোপৰি, বৰ্তমানৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশমৰ্মে সকলো মহাবিদ্যালয়কে সামৰি এখন কোভিড-১৯ কোষ অতিশীঘ্ৰে গঠন কৰিবলৈ দাবী জনোৱা বুলিও কলিতাই আমাক জনায়।

উল্লেখযোগ্য যে, সন্থাৰ সভাপতি সঞ্জীৱ বৰা,সাধাৰণ সম্পাদক চামচুল হক, উপ-সভাপতি দেৱাশীষ মেধি আৰু মুখ্য কাৰ্য্যনিৰ্বাহক মৃন্ময় কলিতাৰ স্বাক্ষৰ সম্বলিত এক স্মাৰক পত্ৰ লকডাউন চলি থকাৰ বাবে ই-মেইলযোগে প্ৰেৰণ কৰে।

কল্পজ্য়োতি শইকীয়া

কল্পজ্য়োতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd