• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিন দুপৰতে অধিবক্তাক গুলীয়াই হত্যা বিজেপি শাসিত ৰাজ্যত; পলায়নৰ সময়তে বিপত্তি দুৰ্বৃত্তৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 21, 2026 11:21 am
123
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত দিনৰ দুপৰতে দুই দুষ্কৃতিকাৰীয়ে এজন অধিবক্তাক গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। মৃত অধিবক্তাজনৰ নাম ৰাজীৱ সিং। শনিবাৰৰ সমগ্ৰ ঘটনা অঞ্চলটোৰ চিচিটিভি কেমেৰাত বন্দী হৈছিল।

অধিবক্তাক গুলী কৰি পলায়ন কৰিবলৈ লওতেই বাগৰি পৰি যায় দুৰ্বৃত্ত দুজন। যিজন দুস্কৃতিকাৰী বাইক চলাইছিল তেওঁ বহু কষ্ট কৰিও বাইকখন ষ্টাৰ্ট কৰিব নোৱাৰিলে। বহু সময়ৰ চেষ্টা কৰি অৱশেষত বাইকখন ষ্টাৰ্ট কৰি পলায়ন কৰে দুস্কৃতিকাৰী। এই ঘটনাই অঞ্চলটোত ব্যাপক উত্তেজনাৰ সৃষ্টি কৰিছে।

Apply Now

সূত্ৰ অনুসৰি ৰাজীৱ সিঙে প্ৰতিদিনৰ দৰে মৰ্নিং ৱাক কৰিবলৈ ওলাই আহিছিল। সেই সময়ত বাইকত অহা দুজন দুস্কৃতিকাৰীয়ে তেওঁৰ বাট আগুচি ধৰে। তাৰে এজনে বাইকৰ পৰা নামি ৰাজীৱৰ ওপৰত গুলীচালনা কৰে। লগে লগে ৰাজীৱ মাটিত ঢলি পৰে। তেওঁৰ থিতাতে মৃত্যু হয়।

ঘটনাৰ পিছত বাইকখন ষ্টাৰ্ট কৰিবলৈ বহু সময় লাগিছিল। ইফালে স্থানীয় লোকে ঘটনাস্থলীত উপস্থিত হয়। দুষ্কৃতিকাৰীয়ে আগ্নেয়াস্ত্ৰ দেখুৱাই হত্যাৰ ভাবুকি দিয়ে। ফলত দুস্কৃতিকাৰীৰ কাষ চাপিবলৈ কোনোৱে সাহস নকৰিলে। কেইবাবাৰো চেষ্টা কৰাৰ অন্তত অৱশেষত বাইকখন ষ্টাৰ্ট হোৱাত দুষ্কৃতিকাৰীয়ে অঞ্চলটোৰ পৰা পলায়ন কৰে।

ঘটনাৰ খৱৰ লাভ কৰাৰ পিছতে আৰক্ষীয়ে ক্ষীপ্ৰতাৰে সেই স্থানত উপস্থিত হয়। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। সম্প্ৰতি অঞ্চলটোত আৰক্ষীৰ তহলৰ ব্যৱস্থা কৰা হৈছে। একে সময়তে তদন্তকাৰী দলটোৱে অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি দুষ্কৃতিকাৰীক চিনাক্ত কৰাৰ চেষ্টা চলাইছে।

उत्तर प्रदेश में योगी आदित्यनाथ का जंगलराज देखिये।
मिर्जापुर यूपी-
बेखौफ कातिल फिल्मी अंदाज में दिनदहाड़े असलहा सटाकर एडवोकेट राजीव सिंह को गोली मार दी।
मुख्यमंत्री बाबा का दावा- अपराधी यूपी में थर-थर कांपते हैं। pic.twitter.com/xx1uqMAqGo

— I.P. Singh (@IPSinghSp) April 11, 2026

আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তৰ পৰা অনুমান কৰা হৈছে যে পুৰণি শত্ৰুতাৰ বাবেই অধিবক্তাজনক হত্যা কৰা হৈছে। মিৰ্জাপুৰ আৰক্ষী প্ৰশাসনে অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ আশ্বাস দিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd