• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী পৌৰনিগমত চলি অহা অনৈতিক কাৰ্য তথা দুৰ্নীতিৰ তদন্ত দাবী বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
June 14, 2021 2:43 pm
WhatsApp Image 2021-06-14 at 2.10.41 PM

বিৰোধী দলপতি দেবব্ৰত শইকীয়া।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত কংগ্ৰেছৰ দুৰ্নীতি বিৰুদ্ধে প্ৰচাৰ চলাই শাসনলৈ অহা বিজেপি চৰকাৰখনৰ পৃষ্ঠপোষকতাত গুৱাহাটী পৌৰনিগমত চলি আহিছে বহুতো অনৈতিক কাৰ্য আৰু দুৰ্নীতি।

এই দুৰ্নীতি আৰু অনৈতিক কাৰ্যসমূহৰ বিৰুদ্ধে তদন্ত কৰিবলৈ আহ্বান জনাই অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়, “বিজেপি চৰকাৰ অসমলৈ দ্বিতীয়বাৰৰ বাবে শাসনলৈ আহিছে যদিও পূৰ্বৰ হৈ থকা কেলেংকাৰী, দুৰ্নীতিৰ তদন্ত কৰি ৰাইজৰ পৰা বাঁহ বাঁহ লাভিবলৈ সক্ষম হৈছে। নিজৰ চৰকাৰখনৰ ইমেজ বঢ়াবলৈ পূৰ্বে হৈ থকা কেলেংকাৰীৰ তদন্ত কৰিবলৈ আৰম্ভ কৰিছে আৰু তাৰ উচিত শাস্তি নিৰ্ধাৰিত কৰা দেখা পোৱা গৈছে।”

Apply Now

কিন্তু পূৰ্বৰে পৰা চলি অহা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত পৌৰনিগমত  হোৱা বৃহৎ কেলেংকাৰীৰ বিৰুদ্ধে আজিও নিমাত এইখন বিজেপি চৰকাৰ। এই বিষয়ত তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনাইছে দেৱব্ৰত শইকীয়াই।

আনহাতে, তেওঁ পুনৰ এই কেলেংকাৰী সন্দৰ্ভত কয়, “২৮ জানুৱাৰী ২০২১ তাৰিখে ১ বছৰৰ বাবে গুৱাহাটীৰ বিভিন্ন ঠাইৰ ৬৯ টা ন’লা, বালি গেট চাফাই কৰা আৰু চোৱাচিতা কামৰ বাবে পুঁজি আৱন্টনৰ বাবে গুৱাহাটী উন্নয়ন বিভাগৰ পৰা নিবিদা আহ্বান কৰিছিল।

এই নিবিদাত দেখা পোৱা গৈছিল যে ২০১৮ চনৰ পৰা ২০২০ চনলৈ দুছৰত প্ৰায় ২৫ কোটি টকা আৱন্টন হৈছিল। কিন্তু তাৰ বিপৰীতে ২০২১ চনৰ বাবে ৩৭ কোটি টকা লাভ কৰিছে। এই ক্ষেত্ৰত গুৱাহাটী পৌৰনিগমে দিছপুৰৰ আশীৰ্বাদপুষ্ট হৈ এক বৃহৎ কেলেংকাৰীত লিপ্ত হোৱা দেখা পোৱা গৈছে।”

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd