• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰতিটো পৰিয়ালৰ ৫ টা প্ৰিয় গ্ৰীষ্মকালীন পানীয়, জানি লওক প্ৰস্তুত প্ৰণালী…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 13, 2025 6:30 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গ্ৰীষ্মকাল কেৱল ৰ’দ আৰু উষ্ণ বতৰৰ সময় নহয়, পৰম্পৰাগত আৰু সতেজ পানীয়ৰে শৰীৰ আৰু মন শীতল কৰাৰ সুযোগো। কিছুমান গ্ৰীষ্মকালীন পানীয় আছে যিবোৰ প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি জনপ্ৰিয় হৈ আহিছে। ৫ টা প্ৰিয় গ্ৰীষ্মকালীন পানীয়ৰ বিষয়ে জানো আহক, যিবোৰৰ সোৱাদ আৰু সতেজতাৰ বাবে প্ৰিয়।

১) আমৰ চৰবত (Mango Panna)

Apply Now

কেঁচা আমৰে তৈয়াৰী এই পানীয়টো মিঠা আৰু টেঙা সোৱাদৰ এক আচৰিত মিশ্ৰণ। কেঁচা আম উতলাই চেনি বা গুৰ, ক’লা নিমখ, পোৰা জিৰাৰ গুড়ি, কেতিয়াবা পদিনা পাতৰ লগত মিহলাই আম পান্না তৈয়াৰ কৰা হয়। ই কেৱল সতেজ কৰাই নহয়, ভিটামিন চি আৰু এন্টিঅক্সিডেন্টৰ দ্বাৰা সমৃদ্ধ, যিয়ে গৰমত শৰীৰক হাইড্ৰেটেড কৰি ৰাখে।

২) নেমুৰ ৰস

চেনি, নিমখ, ঠাণ্ডা পানীৰ লগত নেমুৰ ৰস মিহলাই তৈয়াৰ কৰা এই পানীয়ই শৰীৰৰ ইলেক্ট্ৰলাইটৰ ভাৰসাম্য ৰক্ষা কৰে। বহু বঙালী পৰিয়ালত পদিনা পাত বা আদা দি ইয়াক অধিক সোৱাদযুক্ত কৰি তোলা হয়। বিশেষকৈ দুপৰীয়াৰ গৰমত ঘৰলৈ উভতি আহোঁতে এগিলাচ ঠাণ্ডা নেমুৰ ৰস খালে মন আৰু শৰীৰক শান্ত কৰে।

৩/ অমিতাৰ ৰস

অমিতা তিয়াই তাৰ ৰস উলিয়াই চেনি বা গুৰ আৰু এচিকুট নিমখ মিহলাই তৈয়াৰ কৰা হয়। ইয়াৰ মিঠা-টেঙা সোৱাদৰ বাবে জনাজাত আৰু ই হজম শক্তিত সহায় কৰে। এই পানীয়ই হজম শক্তি উন্নত কৰে আৰু গ্ৰীষ্মকালত গধুৰ খাদ্য খোৱাৰ পিছত শৰীৰক শীতল কৰি ৰাখে। কিছুমান পৰিয়ালত অমিতাৰ ৰসত পোৰা ধনীয়া বা জিৰাৰ গুড়ি যোগ কৰা হয়, যাৰ ফলত ইয়াৰ সোৱাদ আৰু অধিক চহকী হয়। বিশেষকৈ গ্ৰাম্য অঞ্চলত এই পানীয় জনপ্ৰিয়, য’ত অমিতা গছ প্ৰচুৰ পৰিমাণে পোৱা যায়।

৪/ বেলৰ ৰস

এই চৰবত পকা বা অপকিত বেলৰ ভিতৰৰ অংশ উলিয়াই চেনি বা গুড়, নিমখ, পানীৰ লগত মিহলাই তৈয়াৰ কৰা হয়। বেলৰ ৰসে হজম শক্তি উন্নত কৰে, পেটৰ সমস্যা দূৰ কৰে, গৰম বতৰত শৰীৰক জলসিঞ্চিত কৰি ৰাখে।

৫) নাৰিকল পানী

প্ৰাকৃতিক ইলেক্ট্ৰলাইটেৰে ভৰপূৰ এই পানীয়ই গৰমত শৰীৰক হাইড্ৰেটেত কৰি ৰাখে আৰু তৎক্ষণাত শক্তি প্ৰদান কৰে। গ্ৰাম্য অঞ্চলৰ পৰা চহৰলৈকে সকলো ঠাইতে নাৰিকল পানী সহজলভ্য আৰু সুলভ। কিছুমান পৰিয়ালত নাৰিকলৰ পানী নেমুৰ ৰস বা পদিনা মিহলাই তাৰ সোৱাদ বৃদ্ধি কৰে। ই কেৱল সতেজ কৰাই নহয়, ভিটামিন আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ, যিবোৰ গ্ৰীষ্মকালত শৰীৰৰ বাবে অত্যন্ত উপকাৰী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

July 3, 2026 12:26 pm
৮ হাজাৰ টকীয়া চাকৰিৰ পৰা স্কুল ড্ৰপ আউট; নিখিল এতিয়া ২৩ হাজাৰ কোটি টকাৰ মালিক

৮ হাজাৰ টকীয়া চাকৰিৰ পৰা স্কুল ড্ৰপ আউট; নিখিল এতিয়া ২৩ হাজাৰ কোটি টকাৰ মালিক

July 3, 2026 11:33 am
হাস্পাতালত এমাহ মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নলবাৰীৰ নৃশংস আক্ৰমণৰ বলি মৃদুমুদ্ৰা ডেকাই

হাস্পাতালত এমাহ মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নলবাৰীৰ নৃশংস আক্ৰমণৰ বলি মৃদুমুদ্ৰা ডেকাই

July 3, 2026 10:40 am
১৬ বছৰ পিছত নকআউটত জয়; অষ্ট্ৰিয়াক পৰাস্ত কৰি অন্তিম ১৬ত প্ৰৱেশ কৰিলে স্পেইনে

১৬ বছৰ পিছত নকআউটত জয়; অষ্ট্ৰিয়াক পৰাস্ত কৰি অন্তিম ১৬ত প্ৰৱেশ কৰিলে স্পেইনে

July 3, 2026 10:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

July 3, 2026 12:26 pm
৮ হাজাৰ টকীয়া চাকৰিৰ পৰা স্কুল ড্ৰপ আউট; নিখিল এতিয়া ২৩ হাজাৰ কোটি টকাৰ মালিক

৮ হাজাৰ টকীয়া চাকৰিৰ পৰা স্কুল ড্ৰপ আউট; নিখিল এতিয়া ২৩ হাজাৰ কোটি টকাৰ মালিক

July 3, 2026 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd