• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টীয়কৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ত নাৰীৰ অধিকাৰ আৰু সুৰক্ষা বিষয়ক বক্তৃতানুষ্ঠান সম্পন্ন

নিৰ্মলেন্দু পাঠক, টীয়ক by নিৰ্মলেন্দু পাঠক, টীয়ক
December 29, 2021 7:06 am
Chandrakamal Bezbaruah College
152
VIEWS
Share on FacebookShare on Twitter

চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ মহিলা কোষ আৰু ব্যক্তিত্ব বিকাশ আৰু সংস্থাপন কোষৰ যৌথ উদ্যোগত মঙ্গলবাৰে এটি অনুপ্ৰেৰণামূলক বক্তৃতানুষ্ঠান অনুষ্ঠিত হৈ যায়।

যোৰহাট বাৰ এচ’চিয়েচনৰ অধিবক্তা দিব্যাজ্যোতি শইকীয়াই ‘নাৰীৰ অধিকাৰ, আইনী সুৰক্ষা আৰু কেৰিয়াৰ হিচাপে আইনী সেৱা ক্ষেত্ৰৰ সম্ভাৱনা’ শীৰ্ষক বিষয়ত এটি প্ৰায়োগিক বক্তৃতা প্ৰদান কৰে।

ভাষণ প্ৰসংগত তেওঁ দৈনন্দিন জীৱন পৰিক্ৰমাত নাৰীৰ অধিকাৰৰ বিভিন্ন দিশ বিশ্লেষণ কৰাৰ লগতে আইনগত সুৰক্ষাৰ বিধিসমূহ আলোকপাত কৰে। আইনী সেৱা ক্ষেত্ৰক কেৰিয়াৰ হিচাপে ছাত্ৰ-ছাত্ৰীসকলে গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনাক স্পষ্ট কৰে।

অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক তথা মহিলা কোষৰ সমন্বয়ক ড° কৰবী গগৈয়ে আঁত ধৰা বক্তৃতা অনুষ্ঠানটি উদ্বোধন কৰে মহাবিদ্যালয়ৰ ৰেক্টৰ তথা মহিলা কোষৰ সভাপতি সুনীল কুমাৰ ভট্টাচাৰ্যই।

দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত বিশিষ্ট অতিথিৰূপে অংশ লয় আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ড° বিনয়ব্ৰত ৰাজখোৱাই।

অনুষ্ঠানটিত ইংৰাজী বিভাগৰ মুৰব্বী তথা ব্যক্তিত্ব বিকাশ আৰু সংস্থাপন কোষৰ সমন্বয়ক ড° ময়ূৰী চেতিয়া, বাণিজ্য বিভাগৰ সহকাৰী অধ্যাপক তথা মহিলা কোষৰ উপ-সভাপতি গীতা শৰ্মা, অৰ্থনীতি বিভাগৰ মুৰব্বী তথা শিক্ষক গোটৰ সম্পাদক ৰবীন শইকীয়া, শিক্ষাতত্ত্ব বিভাগৰ মুৰব্বী জীৱন বৰুৱা, অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক তথা ব্যক্তিত্ব বিকাশ আৰু সংস্থাপন কোষৰ যুটীয়া সমন্বয়ক ড° জয়ন্ত পাঠক, বাণিজ্য বিভাগৰ সহকাৰী অধ্যাপক উজ্জীৱিতা ফুকন আৰু গ্ৰন্থাগাৰ সহায়িকা কল্যাণী বৰুৱা উপস্থিত থাকে।

Recent News

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd