• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আইনী সাহায্য দিৱস: লখিমপুৰৰ বঙালমৰাত পদযাত্ৰা, সজাগতা অনুষ্ঠান জিলা কৰ্তৃপক্ষৰ

NE NOW NEWS ফাৰহানা আহমেদ
লখিমপুৰ , November 10, 2018 9:12 pm

1 min read

Lakhimpur

লখিমপুৰত আইনী সাহায্য দিৱস উদযাপনৰ দৃশ্য। ছবি- নৰ্থ ইষ্ট নাও।

283
VIEWS
Share on FacebookShare on Twitter

আইনী সাহায্য দিৱস উপলক্ষে বিহপুৰীয়া আৰক্ষী থানা এলেকাৰ বঙালমৰাৰ ফতেহপুৰত এক সজাগতা অনুষ্ঠানৰ লগতে পদযাত্ৰা কাৰ্য্যসূচী ৰূপায়ণ কৰে জিলা আইনী সাহায্য কৰ্তৃপক্ষই।

বিনামূলীয়া আইন সাহায্য, বাল্য বিবাহ, শিশু শ্ৰমিক, যৌতুক আদি সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে কাৰ্য্যসূচীটোৰ আয়োজন কৰা হৈছিল।

দৰিদ্ৰ আৰু অভাৱগ্ৰস্তসকলৰ বাবে থকা বিভিন্ন আইনী সাহায্যসমূহৰ বিষয়ে উপস্থিত ৰাইজক বিস্তাৰিতভাৱে অৱগত কৰে জিলা আইনী সাহায্য কৰ্তৃপক্ষৰ সচিব নাৰায়ণ কুৰিয়ে।

ফতেহপুৰ ছিনিয়ৰ মাদ্ৰাছাৰ ছাত্ৰ-শিক্ষক, স্বেচ্ছাসেৱী সংস্থা ৰেচাৰ্দছ, আইনী সজাগতা ক্লাবৰ ভাৰবাহী তথা শিক্ষক মফিজুৰ ৰহমানে কাৰ্য্যসূচীটোলৈ সহযোগিতা আগবঢ়ায়।

অনুষ্ঠানটোত নাওবৈচাৰ ৰাজহ চক্ৰ বিষয়া, সাংবাদিক তথা মানৱ সৰবৰাহ বিৰোধী কৰ্মী ফাৰহানা আহমেদৰ লগতে জিলাখনৰ লালুক, বিহপুৰীয়া, নাৰায়ণপুৰ থানা আৰু বঙালমৰা চকীৰ আৰক্ষী বিষয়াসকলো উপস্থিত আছিল।

Recent News

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

Modi-2

দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ব ক’ৰ’না ভেকচিন!

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd