DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আই আই টি গুৱাহাটীত পিঞ্জৰাবদ্ধ হ’ল প্ৰকাণ্ড নাহৰফুটুকী বাঘ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 12, 2018 12:19 pm
Drxyjb2VAAAwzC4
255
VIEWS
Share on FacebookShare on Twitter

আজি আই আই টি গুৱাহাটীৰ চৌহদত পিঞ্জৰাবদ্ধ হ’ল এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ। প্ৰতিষ্ঠানখনৰ চৌহদত বন বিভাগে পতা পিঞ্জৰাত প্ৰকাণ্ড বাঘটো আবদ্ধ হয়। কেইবা দিনৰে পৰা বিচৰণ কৰি থকা নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাৰ পাছত  সামান্যভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।

আনহাতে, একাংশ লোকে আই আই টি গুৱাহাটীৰ চৌহদৰ আশে-পাশে আৰু এনেধৰণে বাঘ থকাৰ সন্দেহ প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে দেশৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীৰ চৌহদত যোৱা ১০ নৱেম্বৰত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ মুক্তভাৱে বিচৰণ কৰি থকা দেখা গৈছিল। বাঘটোৱে খাদ্য বিচাৰি উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনত ঘূৰি ফুৰা বুলি অনুমান কৰা হৈছিল

বাঘ ওলোৱাৰ খবৰ পোৱাৰ পাছতে বনকৰ্মীৰ এটা দল প্ৰতিষ্ঠাখনৰ চৌহদত উপস্থিত হৈ বাঘটো কৰায়ত্ত কৰিবলৈ বন বিভাগৰ লোকে এটা প্ৰকাণ্ড পিঞ্জৰা সংস্থাপন কৰিছিল। নাহৰফুটুকীটোক পিঞ্জৰাবদ্ধ কৰিবলৈ টোপ হিচাপে এটা ছাগলীও ব্যৱহাৰ কৰিছিল।

দীৰ্ঘদিনৰ পৰা সন্ত্ৰাসৰ সৃষ্টি কৰি অহা বাঘটোৱে আই আই টি গুৱাহাটীৰ সঞ্চালকৰ চৌহদতেই বাঘে এটা কেটেলা পহু ভক্ষণ কৰাক লৈ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনত এক উৎকণ্ঠাময় পৰিৱেশৰ সৃষ্টি হৈছিল।

আজি বাঘটো বন বিভাগৰ পিঞ্জৰাত আবদ্ধ হোৱাৰ পাছত সকলোৱে স্বস্তি প্ৰকাশ কৰিছে যদিও আশে পাশে আৰু বাঘ থকাৰ সন্দেহত নিজৰ শংকাৰ কথাও প্ৰকাশ কৰিছে।

Recent News

জাতি-মাটি-ভাষাক ভালপোৱাৰ নিদৰ্শন! শৰীৰত অসমৰ জাতীয় সংগীত টাটু কৰি ল’লে নিতুৱে (চাওক ভিডিঅ’)

জাতি-মাটি-ভাষাক ভালপোৱাৰ নিদৰ্শন! শৰীৰত অসমৰ জাতীয় সংগীত টাটু কৰি ল’লে নিতুৱে (চাওক ভিডিঅ’)

‘সন্তানক কোৰাণ শিকাওক, কিন্তু ঘৰতে’-মাদ্ৰাছাৰ বিৰুদ্ধে পুনৰ সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সন্তানক কোৰাণ শিকাওক, কিন্তু ঘৰতে’-মাদ্ৰাছাৰ বিৰুদ্ধে পুনৰ সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

পুনৰ কৰ’নাৰ প্ৰকোপ! ভাৰতকে ধৰি ১৬ খন দেশলৈ ভ্ৰমণ নিষিদ্ধ কৰিছে চৌদি আৰবে

পুনৰ কৰ’নাৰ প্ৰকোপ! ভাৰতকে ধৰি ১৬ খন দেশলৈ ভ্ৰমণ নিষিদ্ধ কৰিছে চৌদি আৰবে

Monkeypox Alert: বিশ্বৰ ১৫ খন দেশলৈ বিয়পিছে মাঙ্কিপক্স; পুনৰ সতৰ্ক কৰি দিলে বিশ্ব স্বাস্থ্য সংস্থাই

Monkeypox Alert: বিশ্বৰ ১৫ খন দেশলৈ বিয়পিছে মাঙ্কিপক্স; পুনৰ সতৰ্ক কৰি দিলে বিশ্ব স্বাস্থ্য সংস্থাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd