• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লকডাউনত গ্ৰাহকলৈ LICৰ সকাহ; প্ৰিমিয়াম দিয়াৰ সময়সীমা বৃদ্ধি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 12, 2020 1:30 pm

2 min read

LIC
10.9k
VIEWS
Share on FacebookShare on Twitter

দেশত চলি থকা লকডাউনৰ মাজতে গ্ৰাহকলৈ কিছু সকাহ দিছে ৰাজহুৱা খণ্ডৰ বীমা কোম্পানী LICয়ে। কোম্পানীটোৱে মাৰ্চ আৰু এপ্ৰিল মাহৰ প্ৰিমিয়াম দিয়াৰ সময়সীমা বৃদ্ধি কৰিছে।

কোম্পানীটোৱে লগতে  স্পষ্ট কৰিছে যে কৰ’না ভাইৰাছৰ ফলত মৃত্যু হ’লেও নিয়ম অনুযায়ী গ্ৰাহকৰ পৰিয়ালে বীমাৰ টকা লাভ কৰিব।

তদুপৰি, এই বীমাৰ টকা পোৱাৰ ক্ষেত্ৰত বেছি দৌৰাদৌৰি কৰিব লগা নহ’ব। জীৱন বীমা নিগমে  প্ৰাথমিকতাৰ ভিত্তিত গ্ৰাহকক এই ধন পোৱাৰ ব্যৱস্থা কৰিব।

শনিবাৰে জীৱন বীমা নিগম কৰ্তৃপক্ষই এক প্ৰেছ বিবৃতিত কয় যে ফেব্ৰুৱাৰি মাহৰ প্ৰিমিয়াম দিয়াৰ সময়সীমা আগেয়েই বৃদ্ধি কৰা হৈছিল। এইবাৰ মাৰ্চ আৰু এপ্ৰিল মাহৰ প্ৰিমিয়াম দিয়াৰ সময়সীমা ৩০ দিন বঢ়াই দিয়া হৈছে।

ইয়াৰ ফলত এতিয়া ফেব্ৰুৱাৰি মাহৰ প্ৰিমিয়াম দিয়াৰ সময়সীমাও নতুনকৈ নিৰ্দ্ধাৰণ কৰা হৈছে। ফেব্ৰুৱাৰি মাহৰ প্ৰিমিয়াম দিয়াৰ তাৰিখ এতিয়া পূৰ্বৰ ২২ মাৰ্চৰ পৰিৱৰ্তে ১৫ এপ্ৰিল কৰা হৈছে।

আনহাতে, গ্ৰাহকে এল আই চিৰ ডিজিটেল পেমেন্ট অপশ্যন গ্ৰহণ কৰি প্ৰিমিয়াম জমা দিব পাৰিব। কোম্পানীটোৱে স্পষ্ট কৰিছে যে ইয়াৰ বাবে গ্ৰাহকে কোনো অতিৰিক্ত ছাৰ্ভিছ চাৰ্জ দিব নালাগে।

তদুপৰি, অনলাইনযোগে প্ৰিমিয়াম দিবলৈ অসুবিধা হ’ল গ্ৰাহকে এক্সিছ বা আই ডি বি আই বেংকৰ জৰিয়তেও প্ৰিমিয়াম দিব পাৰিব।

ইপিনে,  যিসকল গ্ৰাহকৰ পলিচি মেচিউৰ হৈছে তেওঁলোকেও টকা পোৱাত কোনো সমস্যা নহয় বুলি স্পষ্ট কৰি দিছে বীমা কোম্পানীটোৱে। তদুপৰি,কাৰো পলিচি বন্ধ হৈ থাকিলে সেয়া কোনো কাৰণ নদৰ্শাই অনলাইনত সেয়া পুনৰ আৰম্ভ কৰিব পাৰিব।

কোম্পানীটোৱে ঘোষণা কৰা এই সুবিধাসমূহে দেশৰ কোটি কোটি LIC গ্ৰাহকক কাহ দিব বুলি আশা কৰা হৈছে।

Recent News

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd