• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিম্ন মানদণ্ডৰ ঔষধ প্ৰস্তুত কৰাৰ অভিযোগ; ১৮ টা কোম্পানীৰ অনুজ্ঞাপত্ৰ বাতিল, আন বহুতলৈ জাননী

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 29, 2023 4:49 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিম্ন মানদণ্ডৰ ঔষধ প্ৰস্তুত কৰাৰ অভিযোগত কেন্দ্ৰই ১৮ টা ফাৰ্মাচিউটিকেল কোম্পানীৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে। তেওঁলোকে আৰু কোনো ঔষধ প্ৰস্তুত কৰিব নোৱাৰিব। সেইদৰে আৰু ২৬টা ফাৰ্মাচিউটিকেল কোম্পানীলৈ জাননী প্ৰেৰণ কৰা বুলি জানিব পৰা হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰই এই তথ্য সদৰী কৰিছে। ভাৰতৰ পৰা বিদেশলৈ ভেজাল ঔষধ গৈ থকাৰ বহুতো অভিযোগ আহিছে। ইয়াৰ ভিত্তিত নিয়ন্ত্ৰক সংস্থাৰ (DCGI)তৰফৰ পৰা তালাচী অভিযান আৰম্ভ কৰা হৈছিল। খবৰ পোৱা গৈছে যে এনে পদক্ষেপৰ সময়তে খেলিমেলিৰ কথা পোহৰলৈ আহিছে।

লগতে পঢ়ক: বন্দুকৰ গুলী হেৰুওৱাৰ শাস্তি; সমগ্ৰ চহৰতে লকডাউন জাৰি কৰিলে কিম জং-উনে

Apply Now

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, ভেজাল ঔষধৰ বিষয়ে এটাৰ পিছত এটাকৈ বাহিৰৰ পৰা অভিযোগ পোৱা গৈছে। ইয়াৰ আধাৰত, ভাৰতীয় ড্ৰাগছ কন্ট্ৰ’লাৰ জেনেৰেলে এটা তদন্ত আৰম্ভ কৰে। বিভিন্ন স্থানত অভিযান আৰম্ভ হয়। সৰ্বাধিক, ২০খন ৰাজ্যৰ ৭৬ টা কোম্পানীত তালাচী চলোৱা হৈছিল। অভিযানটো ১৫ দিন ধৰি অব্যাহত আছিল। তাৰপিছতে সিদ্ধান্তটো লোৱা হৈছে।

আন দেশৰ পৰা ভাৰতৰ পৰা যোগান ধৰা ঔষধৰ ফলত গুৰুতৰ ৰোগ আৰু মৃত্যুৰ কেইবাটাও অভিযোগ আহিছে। যোৱা মাহত গুজৰাটস্থিত ফাৰ্মাচিউটিকেল কোম্পানী জাইডাছ লাইফ চাইন্সে আমেৰিকালৈ প্ৰেৰণ কৰা ৫৫ হাজাৰ বটল গাঁঠিৰ বিষৰ ঔষধ ঘূৰাই আনিবলৈ বাধ্য হৈছিল। আমেৰিকাত মানদণ্ডৰ পৰীক্ষাত ঔষধটো ব্যৰ্থ হৈছিল।

আনহাতে, দিল্লীৰ ওচৰৰ নয়ডাত এটা ফাৰ্মাচিউটিকেল কোম্পানীৰ তিনিজন কৰ্মচাৰীকো গ্ৰেপ্তাৰ কৰা হৈছে। যোৱা বছৰ কোম্পানীটোৱে তৈয়াৰ কৰা কাহ চিৰাপ সেৱন কৰাৰ পিছত উজবেকিস্তানত ১৮ টা শিশুৰ মৃত্যু হৈছিল। তেওঁলোকৰ ওপৰত ভেজাল ঔষধ নিৰ্মাণ আৰু বিক্ৰী কৰাৰ অভিযোগ আছে। কেন্দ্ৰ আৰু উত্তৰ প্ৰদেশ চৰকাৰে মেৰিয়ন বায়োটেকৰ দ্বাৰা নিৰ্মিত ঔষধৰ বিৰুদ্ধে এক যুটীয়া অভিযান আৰম্ভ কৰে। তেওঁলোকে তৈয়াৰ কৰা ২২ টা সামগ্ৰী পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰিলে। ভেজালৰ তথ্যও পোৱা গৈছে।

লগতে পঢ়ক: ডোকলাম সন্দৰ্ভত ভূটানৰ মন্তব্যত উদ্বিগ্নতা বৃদ্ধি ভাৰতৰ! কি কৈছিল প্ৰধানমন্ত্ৰী লোটে শ্বেৰিঙে?

ইয়াৰ পূৰ্বে মাৰ্চ মাহত চেন্নাইস্থিত ফাৰ্মাচিউটিকেল কোম্পানী এটাৰ দ্বাৰা তৈয়াৰ কৰা আইড্ৰপৰ উৎপাদন বন্ধ কৰিব লগা হৈছিল। সেইবাৰে আইড্ৰপটো আমেৰিকাত পৰীক্ষাত ব্যৰ্থ হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিয়ামক সংস্থাৰ মতে, আইড্ৰপটোত বেক্টেৰিয়া আছে, যাৰ বাবে বহুলোকে দৃষ্টিশক্তি হেৰুৱাইছে। আনকি এজন ব্যক্তিৰ মৃত্যুও হৈছিল। বাতৰি অনুসৰি, গ্লোবেল ফাৰ্মা হেল্থকেয়াৰৰ দ্বাৰা তৈয়াৰ কৰা এজৰিকেয়াৰ টিয়াৰ আইড্ৰপ ব্যৱহাৰ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰত ৫৫ জন লোক আক্ৰান্ত হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

August 28, 2026 8:51 pm
নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

August 28, 2026 7:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd