• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

এটা কণীৰ বাবে সংঘটিত হোৱা হত্যাকাণ্ডৰ ৰায়; তিনিজনক যাৱজ্জীৱন কাৰাদণ্ড

NE NOW NEWS নিখিল মুন্দ্ৰা
হোজাই , June 12, 2019 7:28 pm

1 min read

এটা কণীৰ বাবে সংঘটিত হোৱা হত্যাকাণ্ডৰ ৰায়; তিনিজনক যাৱজ্জীৱন কাৰাদণ্ড
1k
VIEWS
Share on FacebookShare on Twitter

হোজাইৰ শংকৰদেৱ নগৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে আজি এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। শংকৰদেৱ নগৰৰ এম এছ দেউৰীৰ আদালতে পতি-পত্নীসহ তিনিজনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। লগতে ২০ হাজাৰ টকাৰ জৰিমনাও বিহে তেওঁলোকক।

আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা কেইজনক ক্ৰমে যোগীজান ৰাধানগৰৰ মোহন বিশ্বাস, তেওঁৰ পত্নী শ্যামলী বিশ্বাস আৰু মণি মজুমদাৰ বুলি চিনাক্ত কৰা হৈছে।

উল্লেখযোগ্য যে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত তিনিওজনে ২০১৪ চনৰ ১৪ আগষ্টত এটা মূৰ্গীৰ কণী লৈ হোৱা কাজিয়াৰ পৰিণতিত প্ৰতিবেশী ৰুবী পণ্ডিতক কেৰাচিন ঢালি জ্বলাই হত্যা কৰিছিল।

আৰু ২০১৪ চনতে ঘটনা সংক্ৰান্তত হোজাই থানাত ৪৪৮/৩০২/৩৪ ধাৰাৰ অধীনত ৪৫০/১৪ নম্বৰত এক গোচৰ ৰুজু হৈছিল।

উক্ত গোচৰতে আজি আদালতে তিনিওকে ২০ হাজাৰ টকাৰ জৰিমনাসহ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। গোচৰটোত চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাইছিল অধিবক্তা অমৰজ্যোতি শইকীয়াই।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd