• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মেছিৰ অনুষ্ঠানত চূড়ান্ত বিশৃংখলতা, আয়োজক শতদ্ৰু দত্তক গ্ৰেপ্তাৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 13, 2025 6:54 pm
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছল্ট লেকস্থিত যুৱ ভাৰতী ক্ৰীড়াংগণত লিয়নেল মেছিৰ ‘GOAT ভ্ৰমণ’ কাৰ্যসূচীত হোৱা তীব্ৰ বিশৃংখলতাৰ পিছতে পশ্চিমবংগ আৰক্ষীয়ে অনুষ্ঠান ব্যৱস্থাপক (Event Manager) শতদ্ৰু দত্তক গ্ৰেপ্তাৰ কৰিছে। “প্ৰিন্স অৱ ফুটবল” হিচাপে খ্যাত মেছিক ভালদৰে দেখা নাপাই অনুৰাগীসকল ক্ষোভিত হৈ পৰে, যাৰ ফলত খেলপথাৰত এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হয়।

জানিব পৰা মতে অনুৰাগীসকলে ৪৫০০ টকাৰ পৰা ১০ হাজাৰ টকালৈকে দামী টিকট ক্ৰয় কৰাৰ পাছতো মেছিক এক মুহূৰ্তৰ বাবেও স্পষ্টকৈ দেখিবলৈ নাপালে। দৰ্শকৰ অভিযোগ অনুসৰি, সভাস্থলীত উপস্থিত থকা নেতা-মন্ত্ৰী আৰু ভিআইপি লোকসকলে মেছিক এনেদৰে ঘেৰি ধৰিছিল যে সাধাৰণ দৰ্শকৰ বাবে তেওঁক দেখা পোৱাটো সম্ভৱ নহ’ল। ইয়াৰ ফলত বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় আৰু উপায়ন্তৰ হৈ মেছিয়ে খেলপথাৰ এৰি যাবলৈ বাধ্য হয়।

Apply Now

আৰক্ষীয়ে এই অপব্যৱস্থাপনাৰ বাবেই ক্ৰীড়া প্ৰমোটাৰ আৰু অনুষ্ঠান আয়োজক হিচাপে কাম কৰা দত্তক নিজৰ জিম্মাত লয়।

এই সমগ্ৰ ঘটনাৰ পিছতে ৰাজ্যপাল চি ভি আনন্দ বসুৱে ৰাজ্য চৰকাৰক অনুষ্ঠানৰ আয়োজকক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ এই দিনটোক কলকাতাৰ ক্ৰীড়াপ্ৰেমী লোকৰ বাবে “ক’লা দিন” বুলি আখ্যা দিয়ে।

ইফালে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই ঘটনাৰ তদন্তৰ বাবে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰাৰ কথা ঘোষণা কৰে। লগতে তেওঁ দৰ্শকক টিকটৰ ধন ঘূৰাই দিব লাগে বুলিও মন্তব্য কৰে।

ৰাজ্যিক আৰক্ষীৰ ডি জি ৰাজীৱ কুমাৰে এখন সংবাদমেলত কয়, “যুৱ ভাৰতী ষ্টেডিয়ামত দৰ্শকে মেছিক দেখা নোপোৱাৰ পিছতে এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হ’ল। ইতিমধ্যে মূল আয়োজকক গ্ৰেপ্তাৰ কৰা হৈছে। দৰ্শকৰ ধন ঘূৰাই নিদিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আয়োজকসকলৰ গাফিলতিৰ তদন্ত কৰা হ’ব। এনে অপব্যৱস্থাপনা সহ্য কৰিব নোৱাৰি।”

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জাভেদ ছামিমে নিশ্চিত কৰি কয় যে নিৰ্দিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে। তেওঁ লগতে জনায় যে চৰকাৰে গঠন কৰা তদন্ত সমিতিয়ে উদ্যোক্তাসকলক লিখিতভাৱে উত্তৰ দিবলৈ নিৰ্দেশ দিছে।

এই প্ৰসংগত আয়োজক শতদ্ৰু দত্তই প্ৰথমতে ফেচবুকত এটা পোষ্ট কৰিছিল যে সকলো দৰ্শককে টিকটৰ মূল্য ঘূৰাই দিয়া হ’ব। কিন্তু আচৰিতভাৱে, কিছু সময়ৰ পাছতে তেওঁ সেই পোষ্টটো ডিলিট কৰি দিয়ে, যাৰ ফলত অনুৰাগীসকলৰ মাজত ধন ঘূৰাই পোৱাৰ সন্দৰ্ভত অধিক সন্দেহৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

October 14, 2026 9:30 am
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd