• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৪৮তম এনএইচপিচি প্ৰতিষ্ঠা দিৱস উদযাপন

এন ই নাও নিউজ, গেৰুকামুখ by এন ই নাও নিউজ, গেৰুকামুখ
November 15, 2022 3:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্থানীয় কলা আৰু সংস্কৃতিৰ প্ৰচাৰৰ ক্ষেত্ৰত এনএইচপিচিৰ নিৰন্তৰ প্ৰচেষ্টাৰ অংশ হিচাপে অসম আৰু অৰুণাচল প্ৰদেশৰ লোকশিল্পীসকলে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত এনএইচপিচিৰ ৪৮সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ সময়ত দৰ্শকক আকৰ্ষিত কৰে।

প্ৰকল্পৰ ওচৰৰ ধেমাজিৰ বৰদোলোনিৰ এটা সাংস্কৃতিক দলে এক সুন্দৰ বিহুনৃত্য প্ৰদৰ্শন আগবঢ়ায়। আনহাতে অৰুণাচলৰ কোলাপতুকাৰ গাঁৱৰ মহিলাসকলে তেওঁলোকৰ গালো লোকনৃত্যেৰে দৰ্শকসকলক মন্ত্ৰমুগ্ধ কৰে। প্ৰদৰ্শনসমূহ সকলো অতিথি আৰু দৰ্শকৰ দ্বাৰা প্ৰশংসিত হয়।

লগতে পঢ়ক: কিয় লাখ লাখ কোটি কোটি টকা বিলাই দিছে বিশ্বৰ অন্যতম ধনী ব্যক্তি জেফ বেজোছে?

Apply Now

ইয়াৰ পূৰ্বে, এনএইচপিচি লেডিজ ক্লাবৰ সভাপতি সীমা গুপ্তা আৰু নিগমৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত প্ৰকল্পটোৰ কাৰ্যবাহী সঞ্চালক বিপিন গুপ্তাই প্ৰদৰ্শনী আৰু খাদ্য বিপনিসমূহ উদ্বোধনৰ সৈতে নামনি সোৱণশিৰি প্ৰকল্পত ৪৮তম এনএইচপিচি প্ৰতিষ্ঠা দিৱস উদযাপন আৰম্ভ কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰকল্পটোৰ কাৰ্যবাহী সঞ্চালক বিপিন গুপ্তাই প্ৰকল্পটোৰ সৈতে জড়িত সকলো কৰ্মচাৰী, তেওঁলোকৰ পৰিয়ালৰ সদস্য আৰু আন সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ সকলোকে তেওঁলোকৰ সমৰ্থন আগবঢ়াবলৈ আহ্বান জনায় যাতে এই সন্মানীয় প্ৰকল্পটো নিৰ্ধাৰিত সূচী অনুসৰি উদ্বোধন কৰিব পৰা হয়।

নামনি সোৱণশিৰি প্ৰকল্পত এইবছৰৰ উদযাপন বিশেষ গুৰুত্বপূৰ্ণ আছিল কাৰণ এনএইচপিচিৰ ৪৮সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে এই প্ৰকল্পটোক শেহতীয়াকৈ ‘শ্ৰেষ্ঠ মূল্যাঙ্কিত নিৰ্মাণ প্ৰকল্প২০২১-২২’ বঁটা প্ৰদান কৰা হৈছে আৰু ইয়াৰ দলটোক ভাৰত চৰকাৰৰ মাননীয় কেন্দ্ৰীয় শক্তি আৰু নতুন আৰু নৱীকৰণ শক্তিমন্ত্ৰী আৰ কে সিঙে‘ দৃষ্টান্তমূলক সংকল্পবদ্ধ’ বঁটা প্ৰদান কৰে।

লগতে পঢ়ক: ইছলামিক আইনেৰে পৰিচালিত হ’ব আফগানিস্তান: সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ সৰ্বোচ্চ নেতা আখুন্দজাদাৰ

প্ৰতিষ্ঠা দিৱস উদযাপনত কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্য, বিদ্যালয়ৰ শিশুৰ লগতে ডিব্ৰুগড়ৰ এটা সংগীত আৰু সাংস্কৃতিক গোটে বিভিন্ন কলাসংস্কৃতি প্ৰদৰ্শন কৰে।

অনুষ্ঠানটোত প্ৰকল্পটোত নিয়োজিত সকলো কৰ্মচাৰী,মুখ্য ঠিকাদাৰৰ অতিথি, চিআইএছএফ গোট, কেন্দ্ৰীয় বিদ্যালয়, বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ অতিথিসকলৰ লগতে প্ৰকল্প নগৰৰ অন্যান্য বাসিন্দাও উপস্থিত আছিল।

এন ই নাও নিউজ, গেৰুকামুখ

এন ই নাও নিউজ, গেৰুকামুখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

September 18, 2026 4:02 pm
‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

September 18, 2026 2:22 pm
পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

September 18, 2026 1:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

September 18, 2026 4:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd