• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধৰ্ষণক কেন্দ্ৰ কৰি গোসাঁইগাঁৱত তীব্ৰ উত্তেজনা; ধৰ্ষণকাৰীক উত্তেজিত ৰাইজৰ উত্তম-মধ্যম

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
May 9, 2019 9:55 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোকৰাঝাৰ জিলাৰ সাপকাটা আৰক্ষী চকীৰ অৰ্ন্তগত কাশিয়াবাৰীত সংঘটিত হোৱা ধৰ্ষণৰ ঘটনাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।

ঘটনাৰ বিৱৰণী মতে, বি টি ছি ৪ নং যমদুৱাৰ পৰিষদীয় সমষ্টিৰ অধীনৰ বুঢ়াচৰা ভি চি ডি চিৰ সভাপতি নিৰধ নাৰ্জাৰীৰ বিৰুদ্ধে ধৰ্ষণৰ গুতৰ অভিযোগ উথ্থাপন কৰিছে এগাকী মহিলাই। অভিযোগক কেন্দ্ৰ কৰি আজি পূৱা কাশিয়াবাৰীত এক উত্তেজনাময় পৰিস্হিতিৰ সৃষ্টি কৰে স্হানীয় একাশং পুৰুষ মহিলাই।

Apply Now

প্ৰাপ্ত অভিযোগ মতে, কাশিয়াবাৰী বজাৰৰ বাসিন্দা তথা বি টি ছিৰ বুঢ়াচৰা ভি চি ডি চিৰ সভাপতি নিৰধ নাৰ্জাৰীয়ে (৩৫) একেটা অঞ্চলৰ এগৰাকী বিবাহিত মহিলাক ফুচলাই আজিৰ পৰা ১৫ দিন মান পূৰ্বে উপৰ্যুপৰি ধৰ্ষণ কৰে আৰু এই ঘটনাৰ কথা প্ৰকাশ কৰিলে পৰিস্হিতি বিষম হব বুলি ভাবুকি দিয়ে ভূক্তভোগী মহিলাগৰাকীক।

নাৰ্জাৰীৰ ভাবুকিৰ বাবে মহিলা গৰাকীয়ে ভয়ত ইমান দিনে উক্ত ঘটনা সম্পৰ্কে পৰিয়াল তথা স্বামীক অৱগত কৰা নাছিল। যোৱা নিশা ভুক্তভোগী মহিলা গৰাকীয়ে ধৰ্ষণৰ ঘটনাৰ বিষয়ে সকলো কথা স্বামীক জনায়।

মহিলাগৰাকীয়ে সকলো কথা ৰাজহুৱা কৰাৰ পাছত আজি পুৱা ভুক্তভোগী মহিলাগৰাকীৰ স্বামী, পৰিয়ালৰ লোক তথা স্হানীয় একাংশ পুৰুষ মহিলাই একগোট হৈ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত তথা জনপ্ৰতিনিধি নিৰধ নাৰ্জাৰীৰ বাস গৃহ ঘেৰাও কৰি লম্পট নিৰধ নাৰ্জাৰীক ঘৰৰ পৰা বলপূৰ্বক টানি ছোচৰাই বাহিৰ কৰি উত্তম-মধ্যম দি থকাৰ সময়তে গোসাঁইগাঁও আৰক্ষীৰ এটা দল উপস্হিত হৈ ৰাইজৰ হাতৰ পৰা নাৰ্জাৰীক উদ্ধাৰ কৰি থনালৈ লৈ আহে।

এগৰাকী জনপ্ৰতিনিধিয়ে এটি সন্তানৰ মাতৃ এগৰাকী মহিলাক ধৰ্ষণ কৰা কাণ্ডৰ বাবে ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। পৰৱৰ্তীসময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নাৰ্জাৰীক।

আনহাতে, অভিযুক্ত নিৰধ নাৰ্জাৰীৰ পত্নীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে স্বামীৰ ভাবমুৰ্তি তথা ৰাজনৈতিক জীৱন ধ্বংস কৰাৰ বাবে মিছা অভিযোগ উত্থাপন কৰি বিৰোধী ৰাজনৈতিক চক্ৰই ষড়যন্ত্ৰ ৰছনা কৰিছে।

সম্প্ৰতি দুয়োটা পক্ষই থনাত এজনে আনজনৰ বিৰুদ্ধে গোচৰ তৰিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভ তদন্ত অব্যাহত ৰাখিছে পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত সকলো কথা পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

September 4, 2026 1:12 pm
পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm
ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

September 4, 2026 11:31 am
নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

September 4, 2026 1:12 pm
পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd