DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰক্ষীয়ে নহয়; গুৱাহাটীত ড্ৰাগছ আসক্ত মহাবিদ্যালয়ৰ ছাত্ৰক হাতে-লুটে ধৰিলে ৰাইজে

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
January 26, 2022 9:22 pm
Drugs in Assam
113
VIEWS
Share on FacebookShare on Twitter

এইবাৰ আৰক্ষী নহয়; সাধাৰণ ৰাইজৰ কৱলত ড্ৰাগছ আসক্ত যুৱক। বৰবিহ ড্ৰাগছ সেৱন কৰি থকাৰ সময়তে হাতে লুটে ধৰিলে স্থানীয় ৰাইজে।

মহানগৰীৰ হেদায়েতপুৰৰ উৰণীয়া সেতুৰ তলত আজি ড্ৰাগছ্ বিৰোধী অভিযান চলায় স্থানীয় ৰাইজে।

অভিযানত স্থানীয় লোকে এটা ড্ৰাগছৰ ঘাটি উৎখাত কৰে৷ ৪ ড্ৰাগছ আসক্তক খেদি খেদি কৰায়ত্ব কৰে স্থানীয় ৰাইজে৷

ইয়াৰে দুজন হাফলং আৰু কাৰ্বি আংলঙৰ তথা অন্য দুজন গুৱাহাটীৰ দুখন মহাবিদ্যালয়ৰ ছাত্ৰ। ধৃত এজন যুৱকৰ নাম দ্বীপ বুলি জানিব পৰা গৈছে।

স্থানীয় লোকৰ এই অভিযানত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ খালি কনটেইনাৰ৷

জানিব পৰা মতে সম্প্ৰতি আসক্তই খালি কনটেইনাৰ দিলেহে ড্ৰাগছ ভৰ্তি কন্টেইনাৰ যোগান ধৰে ড্ৰাগছ মাফিয়াই৷

একোটা কন্টেইনাৰৰ বিনিময়ত ৮০০-১৫০০ টকা সংগ্ৰহ কৰে ড্ৰাগছ মাফিয়াই।

জানিব পৰা মতে, দুগৰাকীকৈ মহিলাই চলাই আছে এই ড্ৰাগছৰ ব্যৱসায়ী৷ অৱশ্যে আজিৰ অভিযান কালত আটক নহ’ল দুই মহিলা৷

ড্ৰাগছ আসক্ত এজন যুৱকে জনোৱা অনুসৰি তেওঁলোক ৰেইলৱে ষ্টেশ্যনৰ ৭ নম্বৰ প্লেটফৰ্মৰ পৰা ক্ৰয় কৰে মাৰাত্মক ড্ৰাগছ।

ঘটনাস্থলীত পল্টনবজাৰ আৰক্ষী উপস্থিত হৈ আটক কৰি লৈ যায় ৪ ড্ৰাগছ আসক্তক৷

Recent News

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd