• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জৰাজীৰ্ণ গড়কপ্তানি পথ মেৰামতি কৰিলে টীয়ক কলিয়াপানীৰ ৰাইজে

NE NOW NEWS নিৰ্মলেন্দু পাঠক
টীয়ক , July 20, 2020 7:03 pm

1 min read

জৰাজীৰ্ণ গড়কপ্তানি পথ মেৰামতি কৰিলে টীয়ক কলিয়াপানীৰ ৰাইজে

ফটো : নৰ্থ-ইষ্ট নাও

11.5k
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলাৰ টীয়ক কলিয়াপানীৰ সদাব্যস্ত কলিয়াপানী চেলেংহাট সংযোগী গড়কাপ্তানী পথত কেইবাটাও চৰকাৰী কাৰ্যালয়, সপ্তাহিক বজাৰ তথা অসমৰ অন্যতম ঐতিহ্য শ্ৰী শ্ৰী আউনিআটী সত্ৰলৈ নিতৌ হাজাৰ হাজাৰ ব্যক্তিয়ে যাতায়ত কৰে।

বৰ্তমান এই পথটো জৰাজীৰ্ণ ৰূপ ধাৰণ কৰাত সৰ্বসাধাৰণ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিব লগা হৈছে। পথৰ ওপৰত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত।

যান বাহনটো দূৰৈৰ কথা খোজকাঢ়ি যাবলৈও সমস্যা। ৰাইজে জিলা প্ৰশাসন, জনপ্ৰতিনিধি, অসম চৰকাৰৰ গড়কাপ্তানী বিভাগক বহু বাৰ আবেদন নিবেদন কৰি কোনো সুফল নাপালে।

উপায়ন্তৰ হৈ কলিয়াপানী অঞ্চলৰ একাংশ ৰাইজে গাঁঠিৰ ধন ভাঙি আজি টীয়ক-কলিয়াপানী-চেলেংহাট সংযোগী পথটোৰ মেৰামতিৰ ব্যৱস্থা কৰে।

টীয়ক-কলিয়াপানী-চেলেংহাট সংযোগী পথটো অতি শীঘ্ৰে যাতায়াতৰ বাবে সুচল কৰি তুলিবলৈ স্থানীয় ৰাইজে চৰকাৰক দাবী জনাইছে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd