• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে হস্ততাঁত বিভাগৰ তাঁতশাল ৰাইজে আটক কৰি গতালে আৰক্ষীক

NE NOW NEWS চানু গগৈ
মৰিগাঁও , December 5, 2020 7:18 am

1 min read

WhatsApp Image 2020-12-04 at 8.52.36 PM

ফটো: নৰ্থইষ্ট নাও

337
VIEWS
Share on FacebookShare on Twitter

তিৱা স্বায়ত্ত পৰিষদৰ আগন্তুক নিৰ্বাচনৰ প্ৰচাৰ শাসক-বিৰোধী দলসমূহৰ মাজত সমষ্টিয়ে সমষ্টিয়ে তুংগত  উঠাৰ সময়তে শুকুৰবাৰে কোঁৱৰগাঁও সমষ্টিত ভোটাৰ ৰাইজক বিতৰণ কৰিব লৈ যোৱা তাঁতশাল, যঁতৰ আদি সামগ্ৰীসহ এখন গাড়ী  স্থানীয় লোকে আটক কৰি আৰক্ষীক চমজাই দিয়ে।

জানিব পৰা মতে, দুপৰীয়া ১ মান বজাত এ এছ ০১ এল চি -৬২৫৪ নম্বৰৰ এখন ট্ৰাকত তাঁতশাল কঢ়িয়াই লৈ যোৱা প্ৰত্যক্ষ কৰে কোঁৱৰগাঁও সমষ্টিৰ কোঁৱৰগাঁও আলিচিঙাৰ একাংশ লোকে।

তাৰপাছতেই ইয়াৰ ৰাস মন্দিৰৰ সমীপত তেওঁলোকে উক্ত গাড়ীখন ৰখাই তাঁতশাল সমূহৰ সন্দৰ্ভত জানিব বিচাৰে।

গাড়ীখনৰ চালক আৰু লগত অহা ব্যক্তি কেইগৰাকীয়ে তেওঁলোকক উক্ত তাঁতশাল সমূহ হস্ততাঁত বিভাগৰ বুলি কয় আৰু সেইবোৰ গছৰগুৰি, আলিচিঙা আদি গাঁৱত বিতৰণৰ বাবে লৈ যোৱা বুলি জানিব দিয়ে।

নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত পৰিষদীয় সমষ্টিটোত এনে চৰকাৰী-বেচৰকাৰী কোনো সামগ্ৰী বিতৰণ কৰিব নোৱাৰিব বুলি কৈ স্থানীয় একাংশ লোকে গাড়ীসহ তাঁতশাল সমূহ আটক কৰি মৰিগাঁও সদৰ আৰক্ষীক খবৰ দিয়ে।

পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গাড়ীসহ বিভাগটোৰ তাঁতশালসমূহ থানালৈ লৈ যায় বুলি জানিব পৰা গৈছে।

ইপিনে, বিজেপি নেতা সকলে ভোট সংগ্ৰহৰ বাবে পৰিষদীয় সমষ্টিটোত সম্প্ৰতি শিপিনী সকলৰ মাজত বিভাগটোৰ জৰিয়তে তাঁতশাল বিতৰণ কৰিব অহা বুলি একাংশ কংগ্ৰেছ কৰ্মীয়ে অভিযোগ তুলিছে।

Recent News

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd