• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সীমাহীন দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ; গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত তলা লগালে ভুক্তভোগী ৰাইজে

উত্তম শইকীয়া, বোকাখাত by উত্তম শইকীয়া, বোকাখাত
September 4, 2022 11:24 am
160
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাট পশ্চিম উন্নয়ন খণ্ড বোকাখাতৰ দক্ষিণ কাজিৰঙা গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত শনিবাৰৰ পুৱাতে স্থানীয় ৰাইজে তলা বন্ধ কৰে ৷ গাওঁ পঞ্চায়ত খনত হোৱা সীমাহীন দুৰ্নীতি আৰু উন্নয়নৰ নামত একো নকৰাৰ প্ৰতিবাদতেই পুৰুষ-মহিলাৰ এটা দলে শনিবাৰৰ পুৱা পঞ্চায়ত কাৰ্যালয় ঘেৰাও কৰি শিকলিৰে তলা ওলমাই বন্ধ কৰি দিয়ে ৷

ৰাইজৰ অভিযোগ মতে দক্ষিণ কাজিৰঙা গাওঁ পঞ্চায়তত দূৰ্নীতি আৰু অনিয়ম হোৱাৰ উপৰিও গাওঁৰ বোকাময় পথ মেৰামতি আৰু বিদ্যুতিক ট্ৰন্সফৰ্মাৰ সক্ৰিয় কৰাৰ বাবে গাওঁবাসীয়ে কৰা দাবী আজিও পুৰণ নকৰিলে পঞ্চায়ত খনে।

লগতে পঢ়ক: লোক-সংস্কৃতিৰ গৱেষক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ প্ৰবীণ চন্দ্ৰ দাসৰ পৰলোকপ্ৰাপ্তি

Apply Now

দক্ষিণ কাজিৰঙা গাওঁ পঞ্চায়তৰ সভানেত্ৰীৰ হৈ তেওঁৰ স্বামীয়ে পঞ্চায়তৰ বহু দুৰ্নীতিত জড়িত থকাৰ অভিযোগো তুলিছে স্থানীয় ৰাইজে।

ইফালে পঞ্চায়তখনৰ অধীনত নিৰ্মাণৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ দ্বিতীয় কিস্তিৰ বাবে হিতাধিকাৰীৰ নিৰ্মাণৰত ঘৰৰ ফটো তোলাৰ বাবে ৱাৰ্ড সদস্যই ধনৰ দাবী কৰাৰো অভিযোগ উত্থাপন কৰিছে হিতাধিকাৰীয়ে ৷

জনৈক পুস্প দলে নামৰ লোকজনে ৱাৰ্ড সদস্যৰ হৈ ঘৰৰ ফটো তোলাৰ নামত দুহেজাৰ টকাকৈ ধন দাবী কৰা বুলিও হিতাধিকাৰীয়ে জনাইছে ৷ যাৰ বাবে প্ৰথম কিস্তিৰ কাম শেষ হোৱাৰ পিচতো বহু হিতাধিকাৰীয়ে দ্বিতীয় কিস্তিৰ ধন লাভ কৰা নাই আৰু আধৰুৱা হৈ থকা ঘৰৰ বাবে জীয়াতু ভূগিব লগা হৈছে বুলি অভিযোগ কৰিছে ৷

লগতে পঢ়ক: শ্বাবানা আজমী, জাভেদ আখটাৰ, নাছিৰুদ্দিন শ্বাহ টুকড়ে টুকড়ে দলৰ শ্লিপাৰ চেল! মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী

এনে বহু পঞ্জীভুত ক্ষোভৰ পৰিপ্ৰেক্ষিততেই স্থানীয় পুৰুষ-মহিলা সদলবলে আহি দক্ষিণ কাজিৰঙা গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত তলা ওলমাই দিয়ে ৷

উত্তম শইকীয়া, বোকাখাত

উত্তম শইকীয়া, বোকাখাত

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

September 14, 2026 5:40 pm
বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

September 14, 2026 5:08 pm
গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

September 14, 2026 4:04 pm
প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

September 14, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

September 14, 2026 5:40 pm
বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

September 14, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd