• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বলবলাত অবিভক্ত গোৱালপাৰাৰ একমাত্ৰ চহিদ নিধানু ৰাজবংশীৰ স্মৃতি দিৱস পালন

নীলমণি শৰ্মা by নীলমণি শৰ্মা
November 6, 2018 9:10 am
Krishnai
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃটিছ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰি মৃত্যুক সাৱটি লোৱা অবিভক্ত গোৱালপাৰা জিলাৰ একমাত্ৰ ছহিদ নিধানু ৰাজবংশীৰ আজি দিনজোৰা কাৰ্যক্ৰমণিকাৰে বলবলাৰ ককিৰাত স্মৃতি দিৱস পালন কৰা হয়৷

১৯৪২ চনৰ আজিৰ দিনটোতে বৃটিছ চৰকাৰে কৃষকৰ ওপৰত আৰোপ পাইকাৰী জৰিমনা আদায় নিদিয়াৰ বাবে বলবলাৰ যুৱক নিধানু ৰাজবংশীক বৃটিছৰ লোকে অতি নৃশংসভাৱে গুলীয়াই হত্যা কৰিছিল৷

Apply Now

উল্লেখযোগ্য যে বৃটিছে আৰোপ কৰা জৰিমনা কোনো কাৰণতে আদায় নিদিয়াৰ সিদ্ধান্ত লোৱা নিধানু ৰাজৱংশীৰ এহাল গৰু বৃটিছ বাহিনীয়ে কাঢ়ি ল’ব খোজোতেই ক্ষোভত ফাটি পৰি তেওঁ বৃটিছ বাহিনীৰ ওপৰত জপিয়াই পৰে। নিধানু ৰাজবংশীৰ আক্ৰমণত আহত হৈছিল বৃটিছ আৰক্ষী।

ইয়াতে ক্ষুন্ন হৈ বৃটিছে তেওঁৰ ঘৰ চাৰিওপিনৰ পৰা ঘেৰি লৈ গুলীচালনা আৰম্ভ কৰাৰ লগতে গুলীত আহত ৰাজবংশীক অতি নৃশংসভাৱে বেনেটেৰে খুছি হত্যা কৰে।

তেতিয়াৰ পৰাই বলবলাত ৫ নৱেম্বৰৰ দিনটো তেওঁৰ স্মৃতি দিৱস হিচাপে পালন কৰি অহা হৈছে৷ কিন্তু পৰিতাপৰ কথা যে আজিৰ দিনটোতে চৰকাৰী ভাবে উপেক্ষিত হৈ ৰ’ল বীৰ ছহিদ গৰাকী।

আজি পুৱাৰ পৰা স্থানীয় ৰাইজে দিনযোৰা কাৰ্য ক্ৰমনিকাৰে স্মৃতি দিৱস পালন কৰে আৰু এই উদ্দেশ্যে জিলা প্ৰশাসনৰ লগতে জিলাখনৰ তিনি গৰাকীকৈ বিধায়কক আমন্ত্ৰণ জনোৱাৰ পিছতো এজনো প্ৰতিনিধিয়ে অনুষ্ঠানত যোগদান নকৰাত ছহিদ পৰিয়ালটোৰ লগতে ৰাইজে ক্ষোভ প্ৰকাশ কৰে।

তদুপৰি পৰিয়ালৰ লোকে সংবাদ মাধ্যমক জনোৱা মতে কোনো এখন চৰকাৰে চহিদ পৰিয়ালটোৰ প্ৰতি আজি পৰ্যন্ত ফুটাকড়ি এটাও প্ৰদান নকৰিলে।

আজিৰ এই অনুষ্ঠানতে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিও উপস্থিত ৰাইজে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

নীলমণি শৰ্মা

নীলমণি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd