• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লকডাউনৰ মাজতে মূল্যায়ন, গোলাঘাট মাধ্যমিক শিক্ষা বিভাগৰ অভিনৱ প্ৰচেষ্টা

ঋতুপল্লৱ শইকীয়া by ঋতুপল্লৱ শইকীয়া
April 24, 2020 8:59 pm
Lockdown upsets Barpeta's firecracker industry

প্ৰতীকী ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’নাভাইৰাছৰ বিৰুদ্ধে লকডাউনৰ সময়ত দেশজুৰি অভিভাৱক, ছাত্ৰ-ছাত্ৰী বহুমূলীয়া শিক্ষাবৰ্ষ নষ্ট হোৱাৰ আশংকাত ভোগাৰ সময়ত গোলাঘাটত মাধ্যমিক শিক্ষা বিভাগে কেইবাটাও ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে।

জিলাখনৰ মাধ্যমিক শিক্ষা বিভাগৰ উদ্যোগত অহা ২৫ এপ্ৰিলত অষ্টমৰ পৰা দশমমানৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক অনলাইন মূল্যায়নৰ ব্যৱস্থা কৰা হৈছে।

Apply Now

জিলা পৰিদৰ্শক ড০ সমীৰণ বৰাৰ নেতৃত্বত জিলাখনৰ ১৬০ খনৰো অধিক উচচ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰথম পৰ্য্যায়ৰ লকডাউনৰ সময়তে যোৱা ২৪ মাৰ্চৰ পৰা আৰম্ভ হৈছিল অনলাইন পাঠদান।

অনলাইন মূল্যায়নৰ প্ৰশ্নসমূহ বস্তুনিষ্ঠ আৰু পোনপটীয়া হ’ব। এদিনত প্ৰতি শ্ৰেণীৰ দুটাকৈ বিষয় লৈ মুঠতে ২৮ এপ্ৰিললৈ এই মূল্যায়ন ব্যৱস্থা চলিব।

যিসকল ছাত্ৰ-ছাত্ৰীৰ ‘এণ্ড্ৰইড’ ফোন নাই, সেইসকল ছাত্ৰ-ছাত্ৰীক সহায় কৰিবৰ বাবে সেই অঞ্চলৰ মহাবিদ্যালয় পৰ্য্যায়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ সৈতে যোগাযোগ কৰা হৈছে।

মোবাইল ফোন, হোৱাটছএপ আৰু গোলাঘাট জিলাৰ পৰিদৰ্শকৰ নেতৃত্বত সৃষ্টি কৰা ইউটিউবৰ জৰিয়তে জিলাখনৰ প্ৰায় ৯০% শতাংশ ছাত্ৰ ছাত্ৰীক অনলাইন পাঠদান কৰাৰ ব্যৱস্থা কৰা হৈছে।

ইয়াৰোপৰি প্ৰতিখন বিদ্যালয়ৰ শিক্ষকে ‘জুম’ এপৰ জৰিয়তে সকলো বিষয়তে অষ্টম মানৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠদান অব্যাহত ৰাখিছে।

বিদ্যালয় পৰিদৰ্শকৰ উদ্যোগতো কেন্দ্ৰীয়ভাৱে যোৱা ২৩ এপ্ৰিলৰ পৰা নিয়মীয়াকৈ অনলাইন পাঠদানৰ ব্যৱস্থা কৰিছে।

জিলাখনৰ অষ্টম, নৱম, দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিটো বিষয়ত মুঠ ৩৭ গৰাকী অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠদান দি থকা হৈছে।

গোলাঘাটত মাধ্যমিক শিক্ষা বিভাগৰ নিজা ৱেবছাইটৰ লগত “গুগল মীত” প্লেটফৰ্মৰ জৰিয়তে এই পাঠদান কৰি থকা হৈছে।

এই পাঠদান পুৱা ৮ বজাৰ পৰা ১০ বজালৈ, পুনৰ ১১ বজাৰ পৰা ১-৪০ বজা পৰ্য্যন্ত অনুষ্ঠিত হয়। তেনেদৰে আবেলি ৪ বজাত আৰম্ভ হৈ ৬-৪০ বজাত শেষ হয়।

কেন্দ্ৰীয়ভাৱে একেলগে পাঁচ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পৰা অনলাইন পাঠদানৰ প্ৰচেষ্টাই জিলাখনৰ মুঠ ৪৬হাজাৰ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৩৯হাজাৰ ছাত্ৰ-ছাত্ৰীক প্ৰত্যক্ষভাৱে উপকৃত কৰিছে।

মাধ্যমিক শিক্ষা বিভাগৰ জিলা পৰিদৰ্শক ড০ বৰাৰ  এই  প্ৰচেষ্টা হয়তো ৰাজ্যৰ ভিতৰতে প্ৰথম।

ইয়াৰদ্বাৰা ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট উপকৃত হৈছে বুলি সমূহ বিদ্যালয়ৰ মুৰব্বী আৰু অভিভাৱকসকলে জনাইছে।

ইয়াৰ উপৰিও এই সমগ্ৰ কাৰ্য্যসূচীত স্নাতক বা স্নাতক শাখাত অধ্যয়নৰত বিদ্যালয়সমূহৰ আগ্ৰহী প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলকো জৰিত কৰোৱা হৈছে।

ইতিমধ্যে মুহিৰাম হাজৰিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়, নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়, দেৰগাওঁ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, কাজিৰঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ন-ভঙা উচ্চতৰ মাধ্যমিক বিদ্যালয় আদিয়ে এই ক্ষেত্ৰত বহু পৰিমাণে সফলতা লাভ কৰিছে বুলি বিভাগৰ তৰফৰ পৰা জানিবলৈ দিছে।

লকডাউনৰ দৰে জটিল আৰু দীঘলীয়া সময়খিনিত জিলাখনৰ মাধ্যমিক স্তৰত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিকপঞ্জী ৰক্ষাৰ বাবে গোলাঘাট জিলা মাধ্যমিক শিক্ষা বিভাগে গ্ৰহণ কৰা উদ্যোগক সকলোৱে আদৰণি জনাইছে।

ঋতুপল্লৱ শইকীয়া

ঋতুপল্লৱ শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিয়াৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক, মাৰপিট আৰু হত্যাৰ ভাবুকিৰ অভিযোগ! গ্ৰেপ্তাৰ ক্ৰিকেটাৰ অভিষেক পোড়েল

বিয়াৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক, মাৰপিট আৰু হত্যাৰ ভাবুকিৰ অভিযোগ! গ্ৰেপ্তাৰ ক্ৰিকেটাৰ অভিষেক পোড়েল

August 11, 2026 6:45 pm
মহাকাশতো উজলিল ত্ৰিৰংগা! ৮০সংখ্যক স্বাধীনতা দিৱসত ভাৰতক শুভেচ্ছা ৰুছ মহাকাশচাৰীৰ

মহাকাশতো উজলিল ত্ৰিৰংগা! ৮০সংখ্যক স্বাধীনতা দিৱসত ভাৰতক শুভেচ্ছা ৰুছ মহাকাশচাৰীৰ

August 11, 2026 6:36 pm
“আমি আপোনালোকক ক্ষমতাৰ পৰা নমাই আনিম”: ভোটাৰ তালিকাৰ পৰা নাম কাটি দিয়াৰ পিছতে চৰকাৰলৈ প্ৰকাশ ৰাজৰ মুকলি প্ৰত্যাহ্বান

“আমি আপোনালোকক ক্ষমতাৰ পৰা নমাই আনিম”: ভোটাৰ তালিকাৰ পৰা নাম কাটি দিয়াৰ পিছতে চৰকাৰলৈ প্ৰকাশ ৰাজৰ মুকলি প্ৰত্যাহ্বান

August 11, 2026 6:36 pm
উত্তপ্ত ৰাঁচী! শিক্ষাৰ্থীৰ ওপৰত আৰক্ষীৰ অত্যাচাৰৰ প্ৰতিবাদত ঝাৰখণ্ড বন্ধ, অনশনকাৰী ছাত্ৰনেতালৈ চিজেপি প্ৰধানৰ ভিডিঅ’ কল

উত্তপ্ত ৰাঁচী! শিক্ষাৰ্থীৰ ওপৰত আৰক্ষীৰ অত্যাচাৰৰ প্ৰতিবাদত ঝাৰখণ্ড বন্ধ, অনশনকাৰী ছাত্ৰনেতালৈ চিজেপি প্ৰধানৰ ভিডিঅ’ কল

August 11, 2026 6:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিয়াৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক, মাৰপিট আৰু হত্যাৰ ভাবুকিৰ অভিযোগ! গ্ৰেপ্তাৰ ক্ৰিকেটাৰ অভিষেক পোড়েল

বিয়াৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক, মাৰপিট আৰু হত্যাৰ ভাবুকিৰ অভিযোগ! গ্ৰেপ্তাৰ ক্ৰিকেটাৰ অভিষেক পোড়েল

August 11, 2026 6:45 pm
মহাকাশতো উজলিল ত্ৰিৰংগা! ৮০সংখ্যক স্বাধীনতা দিৱসত ভাৰতক শুভেচ্ছা ৰুছ মহাকাশচাৰীৰ

মহাকাশতো উজলিল ত্ৰিৰংগা! ৮০সংখ্যক স্বাধীনতা দিৱসত ভাৰতক শুভেচ্ছা ৰুছ মহাকাশচাৰীৰ

August 11, 2026 6:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd