DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অবিশ্বাস্য যদিও সঁচা: লোকজনৰ বয়স ৫০, সন্তানৰ সংখ্যা ১৫০!

এন ই নাও নিউজ by এন ই নাও নিউজ
October 1, 2020 8:28 pm
ajoe
646
VIEWS
Share on FacebookShare on Twitter

এজন-দুজন বা ১০,২০ জন নহয়, লোক জনৰ সন্তানৰ সংখ্যা হৈছে ১৫০ জন।

কথাষাৰ শুনিবলৈ আচহুৱা যেন লাগিলেও এয়া এশ শতাংশই সঁচা কথা।

১৫০ গৰাকী সন্তানৰ পিতৃ এই লোক জনৰ নাম জো।

আমেৰিকাৰ ভাৰমণ্ট নিবাসী জোই চলিত বছৰত জন্ম দিয়া সন্তানৰ সংখ্যা হৈছে ১০ টা।

৫০ বছৰীয়া জোই আনকি লকডাউনৰ সময়তো সন্তান জন্ম দিয়াৰ পৰা বিৰত হোৱা নাই ।

ক’ৰ’ণাতংকৰ মাজতো তেওঁ অনবৰতে চিন্তা কৰি গৈছে নতুনকৈ কিদৰে আৰু বেছি সন্তান জন্ম দিয়াব পাৰি।

দৰাচলতে জো হৈছে এগৰাকী স্পাৰ্ম ডনাৰ। নিঃসন্তান মহিলাক তেওঁ বিগত বহু বছৰ ধৰি বীৰ্য দান কৰি আহিছে।

তেওঁ দান কৰা বীৰ্যৰে এতিয়ালৈকে বহু মহিলাই জন্ম দিছে ১৫০ টি সন্তান।

লকডাউনৰ সময়ত জো আৱদ্ধ হৈ পৰিছিল আৰ্জেণ্টিনাত. তাতো তেওঁ বীৰ্য দানৰ পৰা বিৰত খকা নাছিল।

এতিয়া জো গৈছে লণ্ডনলৈ। তাতো তেওঁ এনেয়ে বহি থকা নাই । নিঃসন্তান দম্পতিৰ মুখত হাঁহি বিৰিঙাবলৈ তেওঁ লণ্ডনতো চলাই গৈছে বীৰ্যদানৰ কাৰ্য।

জোৰ মতে এতিয়ালৈকে তেওঁ দান কৰা বীৰ্যৰে ১৫০ টি শিশুৰ জন্ম হৈছে আৰু ৫ টি শিশু জন্ম হোৱাৰ পথত।

এতিয়া লৈকে জন্ম পোৱা প্ৰায় ভাগ শিশুৰ মুখৰ সৈতে তেওঁৰ মুখৰ মিল থকা বুলি জোৱে গৌৰৱেৰে কয়।

Recent News

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd