• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

১২০০ কিলোমিটাৰ পিতৃক চাইকেলত উঠাই চৰ্চিত হোৱা জ্যোতিৰ পঢ়াৰ খৰছ বহন কৰিব এল জে পিয়ে

NE NOW NEWS এন ই নাও নিউজ
, May 25, 2020 7:30 pm

1 min read

১২০০ কিলোমিটাৰ পিতৃক চাইকেলত উঠাই চৰ্চিত হোৱা জ্যোতিৰ পঢ়াৰ খৰছ বহন কৰিব এল জে পিয়ে
468
VIEWS
Share on FacebookShare on Twitter

ল’কডাউনৰ সময়ত আঘাতপ্ৰাপ্ত পিতৃক চাইকেলত উঠাই দিল্লীৰ পৰা বিহাৰৰ গৃহলৈ ১২০০ চাইকেল চলাই উপস্থিত হোৱা জ্যোতি কুমাৰীলৈ এইবাৰ সহায়ৰ হাত আগবঢ়াইছে বিহাৰৰ লোক জনশক্তি পাৰ্টি (এল জে পি)য়ে।

লোক জনশক্তি পাৰ্টিয়ে জ্যোতি কুমাৰীৰ পঢ়াৰ সমষ্ট খৰছ বহন কৰাৰ কথা ঘোষণা কৰে।

এল জে পিৰ সভাপতি চিৰাগ পাছোৱানে জ্যোতি আৰু তেওঁৰ পৰিয়ালৰ লোকৰ সৈতে ইতিমধ্যে কথা পাতি জ্যোতিৰ পঢ়াৰ দায়িত্ব বহন কৰাৰ কথা ঘোষণা কৰে।

‘‘তাই যি বিষয়ত পঢ়িব বিচাৰে মই তাইৰ পঢ়াৰ সমষ্ট দায়িত্ব বহন কৰিম,’’ চিৰাগ পাছোৱানে কয়।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কন্যা ইভাংকা ট্ৰাম্পেও টুইটাৰযোগে জ্যোতি কুমাৰীক প্ৰশংসা কৰিছিল।

‘‘ধৈৰ্য্য আৰু ভালপোৱাৰ এই সুন্দৰ কীৰ্তিয়ে ভাৰতীয় জনগণ আৰু চাইক্লিং ফেডাৰেশ্যনৰ কল্পনাক আকৃষ্ট কৰিছে,’’ ট্ৰাম্পৰ কন্যা ইভংকাই এইদৰে টুইট কৰিছিল।

Recent News

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

remote-1140x570

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ ‘জেদ+’ ভি আই পি নিৰাপত্তা

a day

এদিনৰ বাবে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হ’ব এগৰাকী কিশোৰী! কিন্তু কিয় মুখ্যমন্ত্ৰী পাতিবলগীয়া হ’ল তেওঁক?

Debabrata-Saikia22

জনসভাৰ পূৰ্বে নৰেন্দ্ৰ মোদীক শিৱসাগৰক লৈ কৰা পূৰ্বৰ প্ৰতিশ্ৰুতি সোঁৱৰাই দিলে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd