• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুনৰ মিলন পৰ্ব; কাইলৈ বিজেপি কাৰ্যালয়ত চাহ খাবলৈ যাব অগপ নেতৃত্ব

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 14, 2019 8:37 pm
অগপৰ মুখ্য কাৰ্যালয়ত আজি আলোচনাত বহে দল দুটাৰ নেতৃত্ব। ফটো : নৰ্থ-ইষ্ট নাও

অগপৰ মুখ্য কাৰ্যালয়ত আজি আলোচনাত বহে দল দুটাৰ নেতৃত্ব। ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি পুনৰ মিত্ৰতালৈ অহাৰ পিছত আজি পোন প্ৰথমবাৰৰ বাবে অসম গণ পৰিষদ আৰু ৰাজ্যিক বিজেপিৰ নেতৃত্ব একেলগে বৈঠকত মিলিত হ’ল। অগপৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় এই বৈঠক।

এই উদ্দেশ্যে অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাস, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মহেন্দ্ৰ সিং আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছা। অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, ফণীভুষণ চৌধুৰী, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, মনোজ শইকীয়া আদি উপস্থিত থকা উক্ত বৈঠকত দল দুটাই লোকসভা নিৰ্বাচনকলৈ আলোচনাত বহে।

Apply Now

অগপ কাৰ্যালয়ত প্ৰৱেশ কৰিয়ে দলটোৰ তথ্য ও প্ৰচাৰ বিভাগৰ সম্পাদক মনোজ শইকীয়াৰ আগত মন্ত্ৰী হিমন্তই কয়, ‘বহু দিনৰ পিছত আহিছোঁ’! প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে কেইবছৰ মান পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই ব্যংগ কৰি অগপ কাৰ্যালয় এসময়ত বিবাহভৱন হ’ব বুলি টিপ্পনি মাৰিছিল।

অৱশ্যে আজিৰ আলোচনাৰ অন্তত বাক চতুৰ মন্ত্ৰীজনে পূৰ্বৰ সুৰ সলাই অগপ নেতৃত্বক বিজেপি কাৰ্যালয়লৈ নিমন্ত্ৰন জনায়। তেওঁ কয়, ‘কাইলৈ পুৱা অগপ নেতৃত্ব চাহ একাপ খাবলৈ বিজেপি কাৰ্যালয় যাব। তাতে দুয়োটা দলৰ নেতৃত্বই যুটীয়াভাৱে সংবাদমেল সম্বোধন কৰিব।’

আনহাতে আলোচনাৰ অন্তত অতি নিৰ্লজ্জ ভাবে অতুল বৰাই কয়, ‘মিশ্ৰিত প্ৰতিক্ৰিয়া হৈছে সকলোৰে মাজত। সময়ত সকলো ঠিক হৈ যাব’।

আজিৰ সভাত আগন্তুক নিৰ্বাচনত দল দুটাই কেনেদৰে অৱতীৰ্ণ হ’ব সেই সম্পৰ্কেও আলোচনা হৈছিল বুলি উল্লেখ কৰি বৰাই লগতে কয়, ‘অসমৰ জনসাধাৰণে বুজি পাইছে আমি কিয় আহিলোঁ মিত্ৰতালৈ। কংগ্রেছক যিকোনো প্ৰকাৰে পৰাস্ত কৰিব লাগিব সেয়েহে আমি মিত্ৰতাত আহিছোঁ।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd