• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অগপৰে মিত্ৰতা সন্দৰ্ভত আগবাঢ়িবলৈ প্ৰস্তুত কংগ্ৰেছ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 23, 2019 7:27 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ মাজত নতুন ৰাজনৈতিক সমীকৰণৰ সম্ভাৱনাই মূৰ দাঙি উঠা পৰিলক্ষিত হৈছে। বিজেপি চৰকাৰে আনিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়কে এইক্ষেত্ৰত বিশেষভাৱে প্ৰভাৱ পেলোৱা বুলি ক’ব পাৰি।

উল্লেখযোগ্য যে নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে অগপই বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰিছিল। ইপিনে বিজেপিয়ে পুনৰবাৰ শাসনলৈ আহিলে এই বিধেয়ক আনিবই বুলি স্পষ্টভাৱে ঘোষণা কৰিছে।

Apply Now

বিধেয়ক বিৰোধী এনে প্ৰেক্ষাপতত এতিয়া ৰাজ্যৰ দুই প্রধান দল অগপ আৰু কংগ্ৰেছৰ মাজত মিত্ৰতাৰ ইংগিতে ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে।

ইয়াৰ মাজতে আজি ৰাজীৱ ভৱনত আয়োজিত এক সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই অসমৰ বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দলটোৱে অগপৰ সৈতে মিত্ৰতাৰ দৰে ‘ৰাজনৈতিক সিদ্ধান্ত’ গ্ৰহণ কৰিবলৈ প্ৰস্তুত বুলি তাৎপৰ্যপুৰ্ণ মন্তব্য কৰে।

মিত্ৰতাৰ প্ৰসংগটো সম্পূৰ্ণ প্ৰদেশ কংগ্ৰেছৰ হাতত ন্যস্ত আছে বুলি সদৰী কৰি তেওঁ কয়, ‘অগপক অলপ পৰ্য্যবেক্ষণ কৰি থকা হৈছে। অগপৰ সৈতে আনুষ্ঠানিকভাৱে কোনো কথা-বতৰা বা আলোচনা কৰা হোৱা নাই।‘

তেওঁ আৰু কয়, ‘বিজেপি চৰকাৰ শাসনলৈ আহিলে বিধেয়কখন যিকোনো প্ৰকাৰে অনা হ’ব বুলি ইতিমধ্যে অমিত শ্বাহ আৰু অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি দিছে। সেইকাৰণে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক বছোৱাৰ স্বাৰ্থত প্ৰদেশ কংগ্ৰেছে কিবা ৰাজনৈতিক সিদ্ধান্ত ল’ব লগীয়া হয় আমি ল’বলৈ প্ৰস্তুত।‘

অৱশ্যে এ আই য়ু ডি এফৰ সৈতে কংগ্ৰেছে মিত্ৰতা কৰাৰ প্ৰশ্নই নুঠে বুলিও বৰাই ইয়াৰ মাজতে উল্লেখ কৰে। আনহাতে অনানুষ্ঠানিকভাৱে হ’লেও অগপ নেতৃত্বৰ সৈতে মিত্ৰতাক লৈ কিবা আলোচনা হৈছে নেকি বুলি এগৰাকী সাংবাদিকে প্ৰশ্ন কৰাত বৰাই ‘সেইটো আমাৰ গোপনীয় কথা’ বুলি কৈ বিষয়টো এৰাই চলে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, যোৱা ২০ ফেব্ৰুৱাৰিত অগপৰ মুখ্য কাৰ্য্যালয়ত এখন কাৰ্য্য নিৰ্বাহক বৈঠকত কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ প্ৰসংগতো আলোচনা হৈছিল। অৱশ্যে কংগ্ৰেছৰে মিত্ৰতা হ’ব নে নাই সেই সন্দৰ্ভত সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলে দলটোৱে।

ইপিনে, দলৰ এক আভ্যন্তৰীণ সূত্ৰৰ পৰা জানিব পৰা মতে অগপৰ এটা পক্ষই এতিয়াও বিজেপিৰ লগত মিত্ৰতা কৰাৰ পক্ষত আছে আনহাতে আন এটা পক্ষই মহাগতবন্ধনৰ অংশীদ্বাৰ স্বৰূপে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ পোষকতা কৰিছে।

তাৎপৰ্যপুৰ্ণভাৱে ২০ ফেব্ৰুৱাৰিৰ বৈঠকৰ পাছদিনাই অৰ্থ্যাৎ ২১ ফেব্ৰুৱাৰিত অগপৰ জ্যেষ্ঠ নেতা দিলীপ বৰাই দলৰ পৰা পদত্যাগ কৰে। পদত্যাগ পত্ৰত তেওঁ বৰ্তমান পৰিস্থিতিত অগপই অসম তথা উত্তৰ-পূবৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে আগবাঢ়িব আহিব পৰা নাই বুলি অভিযোগ কৰাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা সন্দৰ্ভতো বৰ্তমানলৈকে প্ৰয়োজনীয় পদক্ষেপ লোৱা নাই বুলি উল্লেখ কৰিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm
ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

ধনৰ জোৰ নে অহংকাৰ! নিৰাপত্তাৰক্ষীক প্ৰহাৰ অভিজাত মহিলাৰ, জোতা চাফা কৰিবলৈ বাধ্য

August 30, 2026 5:52 pm
আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

August 30, 2026 4:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd