• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজ্ঞানৰ ওপৰত হেৰুৱাইছে আস্থা! গুজৰাটৰ চৰকাৰী চিকিৎসালয়ত কোভিড দূৰ কৰিবলৈ যজ্ঞানুষ্ঠান

এন ই নাও নিউজ by এন ই নাও নিউজ
April 14, 2021 4:33 pm
Ey6dbX7UUAELqJx-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’নাৰ মহা সংহাৰত এতিয়া দিশহাৰা হৈ পৰিছে টৰকাৰৰ লগতে দেশৰ সাদাৰণ জনতা।

এনে সময়তে বিজ্ঞানৰ ওপৰতে আস্থা হেৰুৱাই পেলাইছে বহুতে।

Apply Now

সেই বাবেই গুজৰাটৰ এখন চিকিৎসালয়ৰ চিকিৎসক আৰু আন স্বাস্থ্য কৰ্মীসকলে কোভিডক ৰুধিবলৈ যজ্ঞানুষ্ঠানৰ দৰে অনুষ্ঠানৰ আশ্ৰয় গ্ৰহণ কৰা দেখিবলৈ পোৱা গ’ল।

গুজৰাটৰ চুৰাটত থকা নিউ চিভিল পাস্পতালত কোভিড দূৰ কৰিবলৈ চিকিৎসক আৰু চিকিৎসাকৰ্মীয়ে যজ্ঞ কৰাৰ কথাই এতিয়া দেশ জুৰি চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি চৰকাৰী চিকিৎসালয় খনত যজ্ঞ অনুষ্ঠিত কৰিবলৈ চিকিৎসালয় কৰ্তৃপক্ষৰ অনুৰোধ মৰ্মে আৰ্য সমাজে যাৱতীয় সকলো প্ৰস্তুত গ্ৰহণ কৰে আৰু সেই মৰ্মে সুকলমে যজ্ঞ অনুষ্ঠিত হৈ যায়।

এই যজ্ঞানুষ্ঠানত চিকিৎসালয় খনৰ প্ৰায় ভাগ চিকিৎসকেই অংশগ্ৰহণ কৰে।

ইপিনে চৰকাৰী চিকিৎসালয়ত যজ্ঞানুষ্ঠান অনুষ্ঠিত কৰাৰ বিষয়টোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ প্ৰসংগত মন্তব্য কৰি চৰকাৰী মেডিকেল কলেজৰ ডীন গিতাম্ভৰা মেহতাই কয় যে এই সন্দৰ্ভত তেওঁ পূৰ্বে অৱগত নাছিল।

কোভিড আক্ৰান্ত ৰোগীৰ মনোৰঞ্জনৰ বাবে ৰোগীৰ আত্মীয়ই সংগীত পৰিৱেশন কৰিব বিচাৰিছিল আৰু তেওঁ সেয়া কৰিবলৈ অনুমতি দিছিলি।

কিন্তু ইয়াৰ মাজতে কোনোৱাই যজ্ঞানুষ্ঠান কৰিব বুলি তেওঁ জনা নাছিল।

উল্লেখ্য গুজৰাটত এতিয়া ক’ৰ’নাই কালান্তক ৰূপ ধাৰণ কৰিছে।

প্ৰতিদিনে ৰাজ্য খনত হাজাৰ হাজাৰ লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। ফলত দিশহাৰা হৈ পৰিছে চৰকাৰ াৰু সাধাৰণ জনতা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অন্ধ্ৰৰ উপকূলত প্ৰচণ্ড ৰূপত ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’!  বাতিল শতাধিক ৰে’ল, ব্যাহত বিমান সেৱা

অন্ধ্ৰৰ উপকূলত প্ৰচণ্ড ৰূপত ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’! বাতিল শতাধিক ৰে’ল, ব্যাহত বিমান সেৱা

October 28, 2026 9:25 am
জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ! গৰমৰ ফলত ৮ বছৰত বিশ্বজুৰি প্ৰায় ৩০ লাখ লোকৰ অকাল মৃত্যু

জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ! গৰমৰ ফলত ৮ বছৰত বিশ্বজুৰি প্ৰায় ৩০ লাখ লোকৰ অকাল মৃত্যু

October 28, 2026 8:20 am
প্ৰষ্টেট বৃদ্ধি মানেই কেন্সাৰ নহয়! কিন্তু বিপিএইচৰ এই ৫টা লক্ষণ আওকাণ কৰিলে বিপদ নিশ্চিত

প্ৰষ্টেট বৃদ্ধি মানেই কেন্সাৰ নহয়! কিন্তু বিপিএইচৰ এই ৫টা লক্ষণ আওকাণ কৰিলে বিপদ নিশ্চিত

October 28, 2026 7:22 am
৫৩ বছৰতো ইমান ফিট শচীন তেণ্ডুলকাৰ! ত্যাগ কৰিছে দুটা বদভ্যাস, জানক তেওঁৰ খাদ্যাভ্যাস আৰু ব্যায়ামৰ ৰহস্য

৫৩ বছৰতো ইমান ফিট শচীন তেণ্ডুলকাৰ! ত্যাগ কৰিছে দুটা বদভ্যাস, জানক তেওঁৰ খাদ্যাভ্যাস আৰু ব্যায়ামৰ ৰহস্য

October 28, 2026 6:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্ধ্ৰৰ উপকূলত প্ৰচণ্ড ৰূপত ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’!  বাতিল শতাধিক ৰে’ল, ব্যাহত বিমান সেৱা

অন্ধ্ৰৰ উপকূলত প্ৰচণ্ড ৰূপত ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’! বাতিল শতাধিক ৰে’ল, ব্যাহত বিমান সেৱা

October 28, 2026 9:25 am
জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ! গৰমৰ ফলত ৮ বছৰত বিশ্বজুৰি প্ৰায় ৩০ লাখ লোকৰ অকাল মৃত্যু

জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ! গৰমৰ ফলত ৮ বছৰত বিশ্বজুৰি প্ৰায় ৩০ লাখ লোকৰ অকাল মৃত্যু

October 28, 2026 8:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd