DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ষ্ট্ৰেঞ্জা সোঁৱৰণি বক্সিং টুৰ্নামেণ্টৰ ছেমিত প্ৰৱেশেৰে পদক নিশ্চিত কৰিলে অসমৰ লাভলিনাই

এন ই নাও নিউজ by এন ই নাও নিউজ
February 18, 2019 4:16 pm
LOVLINASSLIVEjpg

ফটো সংগ্ৰহ : স্প'ৰ্টষ্টাৰ

500
VIEWS
Share on FacebookShare on Twitter

বুলগেৰিয়াৰ ছ’ফিয়াত চলি থকা ৭০ সংখ্যক ষ্ট্ৰেঞ্জা স্মৃতি বক্সিং প্ৰতিযোগিতাত উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰি ছেমি ফাইনেললৈ অগ্ৰসৰ হৈছে অসমৰ লাভলিনা বৰগোহাঁয়। ইয়াৰ লগে লগে প্ৰতিযোগিতাখনত লাভলিনাৰ জৰিয়তে ভাৰতে মহিলা শাখাত প্ৰথমটো পদক নিশ্চিত কৰে।

বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলিনাই প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিলৰ প্ৰতিপক্ষ খেলুৱৈ ছুৱাৰেজ বিয়েট্ৰিজক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেললৈ অগ্ৰসৰ হয়।

৬৯ কেজি ওজনৰ শাখাত প্ৰতিদ্বণ্দ্বিতা আগবঢ়োৱা অসমৰ লাভলিনাই মেচখনত ব্ৰাজিলৰ খেলুৱৈগৰাকীক কোনো ধৰণৰ সুযোগেই প্ৰদান নকৰিলে। আৰু এইদৰে সহজেই জয়ী হৈ লাভলিনাই অন্তিম চাৰিত প্ৰৱেশ কৰে।

প্ৰতিযোগিতাৰ তৃতীয় দিনাৰ খেলত অসমৰ লাভলিনাৰ উপৰি মঞ্জু ৰাণী, নিশাত জাৰিন, নীৰজ আৰু অমিত ফাংগালেও ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক নিশ্চিত কৰিছে।

Recent News

Benefits of Pear: নাচপতিত লুকাই আছে আচৰিত ধৰণৰ গুণাগুণ: আপোনালোকে জানেনে?

Benefits of Pear: নাচপতিত লুকাই আছে আচৰিত ধৰণৰ গুণাগুণ: আপোনালোকে জানেনে?

CBI raids Manish Sisodia

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ বাসগৃহত চিবিআইৰ অভিযান: অভিযানক আদৰণি জনালে মুখ্যমন্ত্ৰী কেজৰিৱালে

California Planes Collide

মধ্য আকাশতে দুই বিমানৰ সংঘৰ্ষ: মৃত্যু কেইবাগৰাকীও লোকৰ

forged documents

জাল নথিপত্ৰৰে যাত্ৰীক কৰি দিছিল আমেৰিকা যাত্ৰাৰ সুবিধা: পৰিল ফান্দত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd