DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰিঙত ননমাকৈয়ে মহিলা বক্সিং চেম্পিয়নশ্বিপৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলিনাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 16, 2018 2:25 pm
Untitled-1 copy

ফটো উৎস : ফে'চবুক

261
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ বহু আগশাৰীৰ তাৰকা বক্সাৰৰ সমাহেৰেৰে বৃহস্পতিবাৰৰ পৰা ভাৰতৰ ৰাজধানী নতুন দিল্লীত আৰম্ভ হোৱা আইবা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা অসমৰ উদীয়মান মহিলা বক্সাৰ লাভলিনা বৰগোঁইয়ে প্ৰথম খেলত বাই লাভ কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে।

৬৯ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলগীয়া লাভলিনাই বৃহস্পতিবাৰে নিজৰ প্ৰথম ৰাউণ্ডৰ মেচত বাই লাভ কৰা সূত্ৰেই দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হয়। এতিয়া লাভলিনাই অহা ১৮ নৱেম্বৰত অৱতীৰ্ণ হ’ব প্ৰি-কোৱাৰ্টাৰ ফাইনেলত। লাভলিনাৰ বিপক্ষৰ খেলুৱৈ হ’ব পানামাৰ এথেইনা বিলন আৰু য়ুক্ৰেইনৰ য়ুলিয়া ষ্ট’ইকোৰ বিজয়ীৰ বিৰুদ্ধে।

ইফালে, ৮১ কিলোগ্ৰাম শাখাত দেশক প্ৰতিনিধিত্ব কৰা অসমৰ আন এগৰাকী প্ৰতিভাৱান বক্সাৰ ভাগ্যৱতী কছাৰীয়ে অহা ১৮ নৱেম্বৰত ৰিঙত নামিব। প্ৰতিযোগিতাখন প্ৰথম ৰাউণ্ডৰ প্ৰতিদ্বন্দ্বী হ’ব জাৰ্মানীৰ নিকোলতা ছচ’নবাৰ্গাৰ।

আনহাতে প্ৰতিযোগিতাৰ মুখ্য আকৰ্ষণ তথা ষষ্ঠবাৰৰ বাবে বিশ্ব চেম্পিয়ন হোৱাৰ আশা পুহি ৰখা এম চি মেৰী কমেও ৪৮ কিলোগ্ৰাম শাখাৰ প্ৰথম ৰাউণ্ডত বাই লাভ কৰিছে।

উল্লেখ্য যে এই প্ৰতিযোগিতাখনত ভাৰতৰ ১০গৰাকী মহিলা বক্সাৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

Recent News

দহ হাজাৰ টকা ,হাঁহ নিদিয়াৰ বাবেই আৰক্ষীয়ে প্ৰাণ ললে যুৱকৰ! বটদ্ৰৱা থানা জ্বলালে ক্ষুদ্ধ জনতাই

দহ হাজাৰ টকা ,হাঁহ নিদিয়াৰ বাবেই আৰক্ষীয়ে প্ৰাণ ললে যুৱকৰ! বটদ্ৰৱা থানা জ্বলালে ক্ষুদ্ধ জনতাই

Old Woman Deadlift

কোনে কয় “বয়স বৃদ্ধি হ’লে মনোবল হ্ৰাস পায়”!: নাতিৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি ৮০ বছৰীয়া বৃদ্ধাৰ চমক

জিলা ন্যায়িক আদালতলৈ উন্নীত হ’ল বিশ্বনাথৰ মহকুমা ন্যায়িক আদালত

জিলা ন্যায়িক আদালতলৈ উন্নীত হ’ল বিশ্বনাথৰ মহকুমা ন্যায়িক আদালত

MS Dhoni

চেন্নাই চুপাৰ কিংছৰ সমৰ্থকলৈ সকাহ: সমৰ্থকলৈ কি বাৰ্তা দিলে ‘থালা’ই!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd