DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্ব মহিলা বক্সিং : ছেমিত প্ৰৱেশেৰে পদক নিশ্চিত কৰিলে অসমৰ লাভলিনাই 

এন ই নাও নিউজ by এন ই নাও নিউজ
November 20, 2018 4:22 pm
Lovlina Borgohain

ফটো উৎস : টুইটাৰ

414
VIEWS
Share on FacebookShare on Twitter

দিল্লীত চলি থকা বিশ্ব মহিলা বক্সিঙত শক্তিশালী প্ৰতিপক্ষক ঘটুৱাই অসমৰ প্ৰতিভাৱান যুৱতী বক্সাৰ লাভলিনা বৰগোহাঁয়ে ছেমিত প্ৰৱেশ কৰাৰ উপৰি চেম্পিয়নশ্বিপত পদক নিশ্চিত কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

আজি অনুষ্ঠিত ৬৯ কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত লাভলিনাই অষ্ট্ৰেলিয়াৰ বক্সাৰ কে ফ্ৰান্সেছ স্কটক স্পষ্ট ৫-০ৰ ব্যৱধানত পৰাস্ত কৰে।

উল্লেখ্য যে চলিত বছৰৰে গ’ল্ড কষ্টত অনুষ্ঠিত হোৱা কমনৱেল্থ গেইমছৰ ব্ৰঞ্জ মেডেলিষ্ট ফ্ৰান্সেছ স্কটৰ বিপক্ষে কোৱাৰ্টাৰ ফাইনেলত লাভলিনাই মুখামুখি হয় যদিও কোনো ধৰণৰ চাপত নপৰাকৈয়ে লাভলিনাই সহজে অষ্ট্ৰেলিয়াৰ বক্সাৰগৰাকীক পৰাভূত কৰিবলৈ সক্ষম হয়।

ইফালে এই প্ৰতিযোগিতাখনতে অসমৰ আন এগৰাকী বক্সাৰ ভাগ্যৱতী কছাৰীয়ে কোৱাৰ্টাৰ ফাইনেলত কলম্বিয়ান বক্সাৰ এগৰাকীৰ হাতত ৩-২ৰ ব্যৱধানত পৰাস্ত হৈ পদক জয়ৰ দৌৰৰ পৰা অপ্ৰত্যাশিত বিদায় লয়।

উল্লেখযোগ্য যে দিল্লীত যোৱা ১৫ নৱেম্বৰৰ পৰা হৈ থকা বিশ্ব মহিলা চেম্পিয়নশ্বিপত ৩৫ বছৰীয়া মেৰী কমকে ধৰি ভাৰতৰ হৈ উত্তৰ-পূবৰ বহু কেইগৰাকী বক্সাৰে দমনীয় প্ৰদৰ্শন আগবঢ়াই পদক বিজয়ৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে। প্ৰতিযোগিতাখন অহা ২৪ নৱেম্বৰত সামৰণি পৰিব।

Recent News

Dawood Ibrahim is in Karachi

ক’ত আছে আণ্ডাৰৱৰ্ল্ডৰ কুখ্যাত সম্ৰাট ডাউদ ইব্ৰাহিম! নিজ ভাগিনৰ ভাষ্যত বিস্ফোৰক তথ্য

Punjab CM Mann Sacks A Minister For Corruption

দুৰ্নীতিৰ অভিযোগ: নিজ কেবিনেটৰ স্বাস্থ্য মন্ত্ৰীক বৰ্খাস্ত কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে, গ্ৰেপ্তাৰ অভিযুক্ত মন্ত্ৰী

Road Accident in Sipajhar

পূৰণ নহ’ল সেনাত ভৰ্তিৰ সপোন: ছিপাঝাৰত দ্ৰুতবেগী ট্ৰাকে প্ৰাণ ল’লে পাঁচজনৰ

বাহিৰৰ হস্তক্ষেপ সহ্য নকৰে! টাইৱানৰ সম্পৰ্কত বিডেনৰ বক্তব্যক উভতি ধৰিছে চীনে

বাহিৰৰ হস্তক্ষেপ সহ্য নকৰে! টাইৱানৰ সম্পৰ্কত বিডেনৰ বক্তব্যক উভতি ধৰিছে চীনে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd