DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্বৰ প্ৰতিশ্ৰুতি ফুটুকাৰ ফেন: চিৰাল ফটা দি ফাটিছে বিদ্যালয়ৰ দেৱাল

কাজী জেইদুল ইছলাম,বিশ্বনাথ by কাজী জেইদুল ইছলাম,বিশ্বনাথ
March 12, 2022 11:27 am
হিমন্ত বিশ্বৰ প্ৰতিশ্ৰুতি ফুটুকাৰ ফেন: চিৰাল ফটা দি ফাটিছে বিদ্যালয়ৰ দেৱাল
352
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ ১১৯ খন চাহ বাগিচাত বহু কোটি টকা ব্যয় সাপেক্ষে আদর্শ উচ্চ মাধ্যমিক বিদ্যালয় নিৰ্মাণৰ বাবে অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছিল।

সেই পদক্ষেপৰ অংশ হিচাপে ২০২০ চনৰ ১ নবেম্বৰত অসম চৰকাৰৰ সেই সময়ৰ বিত্ত, স্বাস্থ্য, শিক্ষা আৰু লোক নিৰ্মাণ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বহু কেইজন মন্ত্ৰী, বিধায়ক আৰু সাংসদৰ উপস্থিতিত লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰিবলগীয়া প্রতাপগড় বাগিচাৰ অন্তৰ্গত আদর্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভ কৰিছিল ।

ছমাহৰ ভিতৰত এই বিদ্যালয় সমূহ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা সেই সময়ৰ বিত্ত, শিক্ষা মন্ত্ৰী গৰাকী বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰী হল । কিন্তু আজি পৰ্যন্ত সমপূৰ্ণ হৈ নুঠিল বিদ্যালয় সমূহৰ নিৰ্মাণকাৰ্য।

নিৰ্মীয়মাণ অৱস্থাত থকা প্রতাপগড় বাগিচাৰ বিদ্যালয়খনত এতিয়া নিৰ্মানৰ দায়িত্বত থকা ঠিকাদাৰৰ অকৰ্মণ্যতাত চিৰাল ফাট মেলিবলৈ ধৰিছে দেৱালত । ফলত ভৱিষ্যতলৈ ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে ছাত্ৰ ছাত্ৰী সকল ।

নিম্ন মানৰ কাম কৰাৰ বাবেই নিৰ্মীয়মান অৱস্থাত থাকোঁতেই বিদ্যালয়খনৰ দেৱালত দেখিবলৈ পোৱা গৈছে বৃহৎ চিৰাল ফাট।

কিছুদিন পূৰ্বে স্থানীয় ৰাইজে নিৰ্মাণকাৰ্যৰ দায়িত্বত থকা বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দিয়ে । কিন্তু তাৰ পিছতো কোনো গুৰুত্ব নাই ঠিকাদাৰ কিম্বা অভিযন্তাৰ ।

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd