• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৩দিনৰ ভিতৰত দ্বিতীয়বাৰ! আজিৰে পৰা পুনৰ ৫০টকা বৃদ্ধি পালে ৰন্ধন গেছৰ দাম

এন ই নাও নিউজ by এন ই নাও নিউজ
December 15, 2020 12:15 pm
568346-gas.gif-750x375
1.2k
VIEWS
Share on FacebookShare on Twitter

অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যই ইতিমধ্যে সৰ্বসাধাৰণক জুৰুলা কৰিছে। তাৰ মাজতে পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ দাম।

সোমবাৰে মাজনিশাৰ জাৰি কৰা এক বিজ্ঞপ্তিত ৰাষ্ট্ৰীয়কৃত তেল কোম্পানি সমূহে ঘৰুৱা ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ কথা জানিবলৈ দিয়ে।

বিগত ১৩ দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে এইদৰে ৰন্ধন গেছৰ দাম বৃদ্ধি পালে। ঘৰুৱা ৰন্ধন গেছৰ দাম ৫০টকা বৃদ্ধি পাইছে।

এইক্ষেত্ৰত ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্যও বৃদ্ধি পাইছে। প্ৰতিটো বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৩৬.৫০টকা বৃদ্ধি পাইছে। আজি ১৫ ডিচেম্বৰৰ পৰাই বৰ্দ্ধিত মূল্য কাৰ্যকৰী হ’ব বুলি কোৱা হৈছে।

এতিয়া অসমত প্ৰতিটো ১৪ কিলোগ্ৰামৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হ’বগৈ ৬৯৩টকা।

আনহাতে, অইল মাৰ্কেটিং কোম্পানি সমূহে ১ ডিচেম্বৰত বাণিজ্যিক গেছৰ ১৯ কিলোগ্ৰামৰ চিলিণ্ডাৰৰো মূল্য ৫৫ টকা বৃদ্ধি কৰিছিল।

১৪ কিলোগ্ৰামৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য শেষবাৰৰ বাবে ১ ডিচেম্বৰত বৃদ্ধি পাইছিল ৫০ টকা। এইদৰে এমাহৰ ভিতৰতে ৰন্দন গেছৰ দাম ১০০টকা বৃদ্ধি পালে।

উল্লেখ্য যে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যবোৰ আন্তৰ্জাতিক মানদণ্ডৰ হাৰ আৰু বিদেশী মুদ্ৰাৰ বিনিময় হাৰৰ হিচাপত নিৰ্ধাৰণ কৰা হয়। সেইবাবে প্ৰতি মাহে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ৰাজসাহায্যৰ পৰিমানো সলনি হৈ থাকে।

Recent News

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd