• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰতিকূল বতৰৰ মাজতে কলিয়াবৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়খন নিৰ্বাচনী সভা

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
March 31, 2019 11:00 pm
173
VIEWS
Share on FacebookShare on Twitter

প্ৰতিকূল বতৰকো নেওচি আগন্তুক লোকসভা নিৰ্বাচনত কলিয়াবৰ লোকসভা সমষ্টিৰ অগপ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে আজি পুনৰ কলিয়াবৰত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিলে প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখযোগ্য যে যোৱা ২৮ মাৰ্চত কলিয়াবৰৰ টি আও ষ্টেডিয়ামত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আহি মণিমাধৱ মহন্তৰ প্ৰচাৰ চলাইছিল। উক্ত নিৰ্বাচনী সভাত অমিত শ্বাহ, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে হিমন্ত বিশ্ব শৰ্মায়ো জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ গৰাকীৰ হৈ ব্যাপক প্ৰচাৰ চলাইছিল।

সেই নিৰ্বাচনী সভাৰ মাত্ৰ ৩ দিনৰ পিছতেই আজি অতিকৈ প্ৰতিকূল বতৰকো নেওচি পুনৰবাৰ কলিয়াবৰত নিৰ্বাচনী ৰণডংকা বজাই প্ৰতাপী মন্ত্রী গৰাকীয়ে ‘আকৌ এবাৰ মোডী চৰকাৰ’ গঢ়াৰ বাবে সকলো দলীয় কৰ্মী তথা উপস্থিত ৰাইজৰ সহায় সহযোগীতা লাগিব বুলি কৈ ভাষণ আৰম্ভ কৰে।

কংগ্ৰেছ আৰু এ আই ইউ ডি এফক সমালোচনা কৰি মন্ত্ৰী হিমন্ত বিশ্বই কয়, ‘গৌৰৱ গগৈৰ কাম নাই তেওঁ সমষ্টিক কিমান গুৰুত্ব দিছে সেইয়া দ্বিতীয়বাৰ কোৱাৰ প্ৰয়োজন নাই’।

তেওঁ লগতে কয়, ‘মণিমাধৱ মহন্ত এতিয়া আপোনালোকৰ নিজ সমষ্টিৰ লৰা। আপোনালোকৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে আপোনালোকৰ উন্নতিৰ বাবে এতিয়া দূৰলৈ বাট চোৱাৰ প্ৰয়োজন নাই, গতিকে পলম কিহৰ হাতীৰ ছবিত সকলোৱে ভোট দি মণিমাধৱ মহন্তক বিজয় কৰি পুনৰবাৰ মোডী চৰকাৰ গঢ়াত সহায় কৰক।’

আজিৰ উক্ত নিৰ্বাচনী সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপৰি মন্ত্ৰী কেশৱ মহন্ত, প্ৰাক্তন বিধায়ক অতুল শৰ্মা, বিজেপিৰ ৰাজ্যিক সম্পাদক দীপলু ৰঞ্জন শৰ্মাকে ধৰি বহু কেইজন অগপ বিজেপিৰ দলীয় কৰ্মী উপস্থিত থাকে।

Recent News

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

প্ৰাপ্তবয়স্ক অভিনেত্ৰী কাইলী পেজৰ ২৮ বছৰ বয়সত মৃত্যু, অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ধন সংগ্ৰহ কৰিছে পৰিয়ালে

প্ৰাপ্তবয়স্ক অভিনেত্ৰী কাইলী পেজৰ ২৮ বছৰ বয়সত মৃত্যু, অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ধন সংগ্ৰহ কৰিছে পৰিয়ালে

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd