• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতীয় সেনাৰ চীফ অৱ দ্য ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং হিচাপে নিযুক্ত অসমৰ ৰাণা প্ৰতাপ কলিতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2022 8:13 pm
Rana Pratap Kalita
343
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় সেনাৰ চীফ অৱ দ্য ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং হিচাপে নিযুক্তি দিয়া হৈছে অসমৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক। উল্লেখ্য যে এই পদবী ভাৰতীয় সেনাৰ অন্যতম শীৰ্ষ পদবী হিচাপে গণ্য কৰা হয়।

অসমৰ ৰঙিয়াৰ বাসিন্দা লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা কেৱল অসমৰে নহয়, সমগ্ৰ উত্তৰ-পূবৰ ভিতৰতে এই পদবী লাভ কৰা প্ৰথম সেনা বিষয়া হিচাপে পৰিগণিত হৈছে।

ৰাণা প্ৰতাপ কলিতা গোৱালপাৰাৰ সৈনিক বিদ্যালয়ৰ ছাত্ৰ আছিল। তদুপৰি তেওঁ সন্মানীয় ভাৰতীয় সামৰিক একাডেমী (আইএমএ)ৰ প্ৰাক্তন ছাত্ৰ আছিল।

১৯৮৪ চনত তেওঁ ভাৰতীয় সেনাৰ কুমাওঁ ৰেজিমেণ্টত যোগদান কৰিছিল।কলিতাই ভাৰতীয় সেনাৰ কলকাতাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

সেনা পদক আৰু বিশিষ্ট সেৱা পদকৰে সন্মানিত ৰাণা প্ৰতাপ কলিতাই ২০২১ চনত যুদ্ধকালীন বিশিষ্ট সেৱাৰ বাবে উত্তম যুদ্ধ সেৱা পদক লাভ কৰিছিল।

উল্লেখ্য যে তেখেতে জম্মু-কাশ্মীৰৰ ৰাষ্ট্ৰীয় ৰাইফলছ বেটেলিয়নৰ কমাণ্ডাৰ আৰু ৰাষ্ট্ৰসংঘৰ পৰ্যবেক্ষক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। বাৰামুলা নিয়ন্ত্ৰণ ৰেখাত 19 তম পদাতিক বিভাগৰ কমাণ্ডিং কৰাৰ বাবে তেওঁক ২০১৮ চনত অতি বিশিষ্ট সেৱা পদক প্ৰদান কৰা হৈছিল।

নানা বিদ্ৰোহী বিৰোধী অভিযানৰ লগতে অপাৰেচন ৰাইনো আৰু অপাৰেচন বজৰঙৰো অংশ আছিল ৰাণা প্ৰতাপ কলিতা।

অসমৰ আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) ভাস্কৰ জ্যোতি মহন্তই এক টুইট যোগে ৰাণা প্ৰতাপ কলিতাৰ সাফল্যৰ বাবে অভিনন্দন জনায়।

 

Congratulations and best wishes to Lt. Gen. Rana P. Kalita on taking over as General Officer Commanding in Chief, Eastern Command, Fort Williams, Kolkata. A first for any Assamese or a North-Easterner.

We’re proud of your achievement & wish for many such milestones ahead. pic.twitter.com/bKeuHALU9d

— DGP Assam (@DGPAssamPolice) January 25, 2022

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd