• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লাকী গগৈৰ প্ৰশংসনীয় কাৰ্য; শিৱসাগৰত সাংবাদিকৰ মাজত বিতৰণ মাস্ক আৰু চেনিটাইজাৰ

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , May 12, 2020 5:50 pm

1 min read

লাকী গগৈৰ প্ৰশংসনীয় কাৰ্য; শিৱসাগৰত সাংবাদিকৰ মাজত বিতৰণ মাস্ক আৰু চেনিটাইজাৰ

ফটো : নৰ্থ-ইষ্ট নাও

364
VIEWS
Share on FacebookShare on Twitter

আজি শিৱসাগৰl ৰাজ্যিক মাদক দ্ৰব্য নিবাৰণী পৰিষদৰ উপাধ্যক্ষা লাকী গগৈয়ে সাংবাদিক সকলৰ মাজত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে।

দিনৰ প্ৰায় ১২ বজাত শিৱসাগৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এক অনুষ্ঠানত লাকী গগৈয়ে আবকাৰী বিভাগৰ দ্বাৰা প্ৰস্তুত কৰা চেনিটাইজাৰ আৰু একোখনকৈ খাদী মাস্ক বিতৰণ কৰে।

এই সন্দৰ্ভত উপাধক্ষা লাকী গগৈয়ে কয় যে ‍কভিদ-১৯ৰ বিৰুদ্ধে চলি থকা যুঁজখনত জনসাধাৰণক সজাগ আৰু সচেতন কৰিবলৈ সাংবাদিকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

সাংবাদিকসকলে এই দুৰ্যোগৰ সময়ত নিজৰ জীৱন আৰু পৰিয়ালৰ বিপৰ্যয়ৰ কথা নাভাবি প্ৰতি মুহুৰ্তৰ খবৰ জনসাধাৰণৰ মাজলৈ আগবঢ়াই নিছে।

সেয়েহে তেখেতসকলৰ কৰ্মৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান জনাই তেওঁলোকক কিছু উৎসাহ দিবৰ বাবেই আজি এই কাৰ্যসূচী হাতত লৈছো।

এই কাৰ্যসূচীত জিলা মিডিয়া কোষৰ বিষয়ববীয়া সমীৰণ বৰদলৈয়ে সহযোগিতা আগবঢ়ায়।

যুৱ সাংবাদিক সমীৰণ বৰদলৈয়ে আঁতধৰা অনুষ্ঠানটোত শিৱসাগৰ বহু সংখ্যক সাংবাদিকৰ লগতে সমাজসেৱীকা ইপ্সিতা বৰুৱাও উপস্থিত থাকে।

উল্লেখ্য যে মাদকদ্ৰব্য নিবাৰণী পৰিষদৰ উপাধক্ষা লাকী গগৈয়ে অসমৰ বিভিন্ন স্থানত সাংবাদিক সকলক এইদৰে মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰি আহিছে।

লাকী গগৈৰ এই কাৰ্যক শিৱসাগৰ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ইনামূল হাজৰিকাই প্ৰশংসা কৰাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd