• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পাটাছাৰকুছিত লুৰিনজ্যোতি গগৈ-পবিন্দ্ৰ ডেকাৰ বিশাল ৰেলী

বিজ্ঞাপন বিতৰ্কক লজ্জাজনক আখ্যা লুৰিনজ্যোতিৰ

Sasanka Talukdar শশাংক তালুকদাৰ
বজালী , March 31, 2021 8:51 pm

1 min read

a hospital
250
VIEWS
Share on FacebookShare on Twitter

পাটাছাৰকুছি সমষ্টিত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ।

অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী পবিন্দ্ৰ ডেকাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হল দলটোৰ সভাপতি লুৰিনজ্যোতি গগৈ ।

পাটাছাৰকুছিৰ পৰা আৰম্ভ কৰা এক বিশাল বাইক ৰেলীৰে প্ৰাৰ্থী পবিন্দ্ৰ ডেকাই একপ্ৰকাৰ সমষ্টিটোত প্ৰদৰ্শন কৰিলে জাতীয়তাবাদী শক্তি ।

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈয়ে সংগবাদীকৰে মুখামুখিত মন্তব্য কৰে যে এইবাৰ অসম জাতীয় পৰিষদেই চৰকাৰ গঠন কৰিব ।

পাটাছাৰকুছিত পবিন্দ্ৰ ডেকা বিপুল ভোটত জয়ী হব আৰু ইতিমধ্যে সমগ্র অসমত জাতীয়তাবাদী লহৰ বৈ গৈছে বুলিও তেওঁ মন্তব্য কৰে।

আনহাতে শেহতীয়া বিজ্ঞাপন বিতৰ্কক লৈও মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে ।

তেওঁ কয় যে এনে বিতৰ্ক সঁচাকৈয়ে লজ্জাজনক।

Recent News

warrior

প্রতিবাদত মানিলে সেও : কোভিড যোদ্ধাৰ ৫০ লাখ টকাৰ বীমা বাহাল ৰখাৰ সিদ্ধান্ত চৰকাৰৰ

IMG-20210421-WA0040(1)

বোকাখাতৰ বৰচাপৰিত ৩৭ নং ৰাষ্ট্ৰীয় পথত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত দুই বাইক আৰোহী

Oxygen-tanker-leaked

শোকাৱহ: চিকিৎসালয়ত অক্সিজেন চিলিণ্ডাৰ ‘লিক’ হৈ ভয়াৱহ পৰিস্থিতি, ২২ ৰোগীৰ কৰুণ মৃত্যু

josu4lr8_dr-manisha-jadhav-mumbai-doctor-covid19-facebook_625x300_21_April_21

ফেইচবুক লাইভেৰে বিদায় লোৱাৰ পিছতে মৃত্যুক আকোৱালি ল’লে কোভিড আক্ৰান্ত এগৰাকী চিকিৎসকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd