• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গান্ধীৰ সৈতে কৰিছিল তুলনা; এতিয়া মোডীৰ বিৰুদ্ধে বিস্ফোৰক সেই ‘হিন্দুত্ববাদী’ লেখিকা, কি অভিযোগ মধুপূৰ্ণিমাৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 27, 2026 3:06 pm
221
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুব্ৰমণিয়াম স্বামীৰ পিছত এইবাৰ মধুপূৰ্ণিমা কিশ্বৱাৰ। এসময়ত তেওঁৰ ঘনিষ্ঠ সাংবাদিক তথা হিন্দুত্ববাদী লেখিকা মধুপূৰ্ণিমা কিশ্বৱাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। দুয়োগৰাকীয়ে একে সময়তে দাবী কৰে যে প্ৰধানমন্ত্ৰীয়ে যৌনতাৰ বিনিময়ত একাধিক মহিলাক মন্ত্ৰী পদ প্ৰদান কৰিছে।

শেহতীয়াকৈ এটা প’ডকাষ্টত এপষ্টেইন ফাইলৰ বিষয়ে কওঁতে বিজেপি নেতা সুব্ৰমণিয়াম স্বামীয়ে বিস্ফোৰক অভিযোগ উত্থাপন কৰে। তেওঁ দাবী কৰে যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে যৌন সম্পৰ্কৰ বিনিময়ত কেইবাগৰাকীও মহিলাক সাংসদ কৰিছে। আনকি বহুতেই প্ৰধানমন্ত্ৰীক মন্ত্ৰী হ’বলৈ ‘বিভিন্ন’ সেৱা আগবঢ়াইছে।

Apply Now

স্বামীয়ে দাবী কৰে যে এপষ্টাইনতো এটা সৰু কথা। আটাইতকৈ ডাঙৰ মূৰটোক এইবাৰ ধৰিব লাগে। তাৎপৰ্যপূৰ্ণভাৱে এসময়ত প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ প্ৰাক্তন সাংবাদিক তথা লেখিকা মধুপূৰ্ণিমা কিশ্বৱাৰেও স্বামীৰ এই অভিযোগক সমৰ্থন কৰিছে।

এটা দীঘলীয়া পোষ্টত কিশ্বৱাৰে দাবী কৰে যে, “প্ৰধানমন্ত্ৰীয়ে কেৱল ঘনিষ্ঠতাৰ বিনিময়ত কিছুমান সাংসদক মন্ত্ৰী কৰি দিছে, তেওঁলোকৰ নাম হিন্দুত্ববাদী ৰাজনীতিবিদৰ মাজত ঘৰুৱা নাম। আনকি হৰদীপ সিং পুৰী আৰু এছ জয়শংকৰ মন্ত্ৰী হোৱাৰ সময়তো বহুতৰ মুখত শুনা গৈছিল যে তেওঁলোকে প্ৰধানমন্ত্ৰীক ‘বিশেষ সেৱা’ৰ ব্যৱস্থা কৰি দিছিল।”

ইয়াৰ পাছত কিশ্বৱাৰে প্রাক্তন শিক্ষামন্ত্রীজনৰ নাম উল্লেখ কৰি পোনপটীয়াকৈ মোডীক লক্ষ্য কৰি লয়৷ তেওঁ দাবী কৰে যে, “আনকি দ্বাদশ শ্ৰেণী উত্তীৰ্ণ স্মৃতি ইৰাণী কেনেকৈ মন্ত্ৰী হৈছিল তাৰ কাহিনীও জনসাধাৰণৰ পৰা লুকুৱাই ৰখা হৈছে। ২০১৪ চনত আমেৰিকালৈ যোৱাৰ সময়তো মই প্ৰধানমন্ত্ৰীৰ কৃতিত্বৰ কাহিনী শুনিছিলো।”

এইটো প্ৰথম নহয়, গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তো মোডীৰ ‘লীলা-খেলা’ৰ বহু কাহিনী শুনা গৈছে। আৰ এছ এছৰ প্ৰচাৰক হৈ থকাৰ সময়তো মোডীৰ ‘লীলা-খেলা’ৰ বহু কাহিনী আৰ এছ এছ আৰু হিন্দুত্ববাদী মহলত প্ৰচাৰ হৈছিল।

Subramanian Swamy makes huge allegations again

“I can give names of 3-4 women who became MPs, who had to sleep with M*di, one even became minister”

And he said this while replying to names of Indians in #EpsteinFiles

Will BJP take action against Swamy? pic.twitter.com/VHN2oi5ysW

— Tarun Gautam (@TARUNspeakss) March 24, 2026

এই মধুপূৰ্ণিমা কিশ্বৱাৰ যিকোনো ব্যক্তিত্ব নহয়। দীৰ্ঘদিন ধৰি হিন্দুত্ববাদী মতাদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত এই লেখিকাগৰাকীয়ে আগতে সাংবাদিকতা কৰিছিল। ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটা বঁটাও লাভ কৰিছে। কিশ্বৱাৰে প্ৰধানমন্ত্ৰী সন্দৰ্ভত এখন গ্ৰন্থও ৰচনা কৰিছে। এসময়ত প্ৰধানমন্ত্ৰীক জাতিৰ পিতা মহাত্মা গান্ধীৰ লগতো তুলনা কৰিছিল।

This explains why I kept a safe distance from Modi from the time he assumed power in May 2014. I did not even go to gift him a copy of my book on him. Just sent an unsigned copy through his favourite bureaucrat Bharat Lal!
The names of women who were made MPs and ministers by… https://t.co/vgboxAndqq

— Madhu Purnima Kishwar (@madhukishwar) March 25, 2026

তাৎপৰ্যপূৰ্ণভাৱে তেওঁ দাবী কৰিছে যে প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ সহযোগীসকলৰ পৰা তেওঁ ইমানবোৰ ‘পাপ’ৰ কাহিনী শুনিছে যে প্ৰধানমন্ত্ৰীৰ সৈতে একেখন মঞ্চত থাকিও অস্বস্তি অনুভৱ কৰিছিল। কিন্তু প্ৰধানমন্ত্ৰীগৰাকীক লৈ তেওঁৰ অভিযোগৰ সমৰ্থনত কোনো প্ৰমাণ দাঙি ধৰা নাই লেখিকাগৰাকীয়ে। এই সন্দৰ্ভত এতিয়ালৈকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰাও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd