• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আন্তৰ্জাতিক যোগদিৱস উপলক্ষে বুঢ়ীখামাৰ মাদ্ৰাছাৰ ছাত্ৰই কৰিলে যোগাভ্যাস

NE NOW NEWS পুলেন্দ্র দাস
বৰপেটা , June 21, 2019 8:53 pm

1 min read

64745768_1127471627453037_6459421884499886080_n

বুঢ়ীখামাৰ মাদ্ৰাছাৰ ছাত্ৰৰ যোগ্যভ্যাস।

2.5k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বৰ লগতে আজি বৰপেটাৰ বাগোদীৰ সমীপৰ বুঢ়ীখামাৰ মাদ্ৰাছাতো পালন কৰা হয় যোগ দিৱস ৷ মাদ্ৰাছাৰ ছাত্ৰসকল যে অইন বিদ্যালয়ৰ ছাত্ৰতকৈ পৃথক নহয় সেয়া আজি প্ৰমাণ কৰি দেখুৱালে বুঢ়ীখামাৰৰ বাহাৰুল উলুম আঞ্চলিক হাফিজীয়া কাৰিকৰী মাদ্ৰাছাৰ ছাত্ৰসকলে৷

আজি আন্তৰ্জাতিক যোগদিৱস উপলক্ষে মাদ্ৰাছাখনৰ প্ৰাংগনত অনুষ্ঠিত কৰা যোগ দিৱসত মাদ্ৰাছাখনৰ ছাত্ৰ সকলে যোগাভ্যাস কৰে ৷

মুছলিম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বুঢ়ীখামাৰ ইয়ুথ ক্লাৱ এণ্ড লাইব্ৰেৰীৰ সহযোগত ৰূপায়ণ কৰা এই যোগ দিৱস কাৰ্যসূচীত মাদ্ৰাছাখনৰ শতাধিক ছাত্ৰ আৰু স্থানীয় একাংশ ৰাইজক যোগাভ্যাস শিকায় যোগ প্ৰশিক্ষক লাভলী বেগমে।

ইয়াৰ পূৰ্বে যোগৰ প্ৰয়োজনীয়তাৰ ওপৰত চমু বক্তব্য আগবঢ়ায় প্ৰশিক্ষক গৰাকীয়ে ৷

এই অনুষ্ঠানত মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি জালালউদ্দিন, বৰপেটা জিলা ডিজিটেল সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি পুলেন্দ্ৰ দাস, বাগোদী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুৰ ৰহমান খান, মাদ্ৰাছাখনৰ অধীক্ষক হেলালউদ্দিন দেৱান উপস্থিত থাকে ৷

Recent News

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

অন্ত পৰিব কৃষক বিদ্ৰোহ!, ২১ জানুৱাৰিত সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিৰ সৈতে প্ৰতিবাদকাৰী কৃষকৰ বৈঠক

aa covw3

কোভিডৰ ভেকচিন লৈ এইবাৰ পশ্চিমবংগত অসুস্থ ১৪ জন, দুজনৰ অৱস্থা সংকটজনক

অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয়ৰ পিছতেই ভাৰতীয় দললৈ কোটি টকাৰ পুৰস্কাৰ ঘোষণা BCCI-ৰ

অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয়ৰ পিছতেই ভাৰতীয় দললৈ কোটি টকাৰ পুৰস্কাৰ ঘোষণা BCCI-ৰ

a raper

বিয়াৰ প্ৰতিশ্ৰুতি দি অভিনেত্ৰীক ধৰ্ষণ কৰিলে পাইলটে, তাৰপিছত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd