DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, March 24, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পুনৰ ভয়াৱহ ভূমিকম্প! নিউজিলেণ্ডত ৭.১ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি; চুনামিৰ আশংকা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 16, 2023 8:27 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

127
VIEWS
Share on FacebookShare on Twitter

এইবাৰ এক ভয়াৱহ ভূমিকম্পৰত কঁপি উঠিল নিউজিলেণ্ড। বৃহস্পতিবাৰে ৰাতিপুৱা নিউজিলেণ্ডৰ কাৰ্মাডেক দ্বীপপুঞ্জ অঞ্চলত এই ভূমিকম্প অনুভুত হয়।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ (USGS)অনুসৰি, ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৭.১ আছিল।

ইউএছজিএছ-ৰ মতে, ভূমিকম্পৰ কেন্দ্ৰস্থল ভূগৰ্ভস্থ ১০ কিলোমিটাৰ গভীৰতাত আছিল। বাতৰি লিখাৰ সময়লৈকে ক্ষয়ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই।

স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি ভূমিকম্পৰ কেন্দ্ৰস্থলৰ পৰা ৩০০ কিলোমিটাৰ দূৰত্বত চুনামিৰ সতৰ্কবাণী জাৰি কৰা হৈছে।

আনহাতে, অষ্ট্ৰেলিয়াৰ মেট্ৰ’লজি ব্যুৰোৱে ভূমিকম্পটোৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৬.৮ বুলি কৈছে। সেইদৰে, নিউজিলেণ্ডৰ অসামৰিক প্ৰতিৰক্ষা বিভাগে ভূমিকম্পৰ পিছত চুনামিৰ আশংকা নাই বুলি সদৰী কৰিছে। 

No #tsunami threat to Australia from magnitude 6.8 #earthquake near Kermadec Islands Region, north of New Zealand. Latest advice at https://t.co/Tynv3ZQpEq. pic.twitter.com/kZMIUpdrNb

— Bureau of Meteorology, Australia (@BOM_au) March 16, 2023

অৱশ্যে, এই সম্পৰ্কত  বিতং তথ্যৰ বাবে অপেক্ষা কৰা হৈছে।

উল্লেখ্য যে তুৰস্ক আৰু ছিৰিয়াত শেহতীয়াকৈ হোৱা বিধ্বংসী ভূমিকম্পৰ পিছতে এইবাৰ নিউজিলেণ্ডত একেধৰণৰ প্ৰবল ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে।

Recent News

আপোনাৰ দৰে কাপুৰুষ, ক্ষমতালোভী একনায়কত্ববাদীৰ আগত…! সৰৱ প্ৰিয়ংকা গান্ধী

আপোনাৰ দৰে কাপুৰুষ, ক্ষমতালোভী একনায়কত্ববাদীৰ আগত…! সৰৱ প্ৰিয়ংকা গান্ধী

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ নতুন অভিযোগৰ মধ্যমনি ব্লক ইনকৰ্পোৰেটেডৰ বিত্তীয় মুৰব্বী অমৃতা আহুজা!

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ নতুন অভিযোগৰ মধ্যমনি ব্লক ইনকৰ্পোৰেটেডৰ বিত্তীয় মুৰব্বী অমৃতা আহুজা!

উত্তৰ-পূবৰ দুজন সাংবাদিকে লাভ কৰিলে সাংবাদিকতাৰ উৎকৃষ্টতাৰ পুৰস্কাৰ

উত্তৰ-পূবৰ দুজন সাংবাদিকে লাভ কৰিলে সাংবাদিকতাৰ উৎকৃষ্টতাৰ পুৰস্কাৰ

Rahul Gandhi

সাংসদ পদ হেৰুৱালে ৰাহুল গান্ধীয়ে: লোকসভাৰ সদস্য পদৰ বাবে অযোগ্য ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd