DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সন্মানৰ নামত চূড়ান্ত অপমান! বৰপেটাত মহাবীৰ চিলাৰায়ৰ ফটোৰে ডাষ্টবিন নিৰ্মাণ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
February 20, 2019 3:43 pm
Chilaray's dustbin

ফটো : নৰ্থ-ইষ্ট নাও

464
VIEWS
Share on FacebookShare on Twitter

১৯ ফেব্ৰুৱাৰি অৰ্থাৎ মঙলবাৰে ৰাজ্যজুৰি মহাবীৰ চিলাৰায়ৰ ৫০৯ সংখ্যক জয়ন্তী উদযাপন কৰাৰ ঠিক এদিন পাছতেই বৰপেটাত বীৰ পুৰুষজনৰ ফটো সম্বলিত বেনাৰেৰে ডাষ্টবিন বনোৱাক কেন্দ্ৰ কৰি জিলাখনৰ সচেতন মহলৰ মাজত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে আজি বৰেপটা জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানৰ কাৰ্যসূচীতে এনেদৰে মহাবীৰজনৰ ফটো সম্বলিত বেনাৰেৰে ডাষ্টবিন বনোৱা পৰিলক্ষিত হয়।

ডাষ্টবিন বনোৱা বেনাৰখনত মহাবীৰ চিলাৰায়ৰ ফটো থকাৰ লগতে সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলেৰ নামো উল্লেখ আছে। কাৰ ভুলৰ বাবে মহাবীৰ চিলাৰায়ৰ ফটো সম্বলিত বেনাৰখনক ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰা হ’ল তাকলৈ বৰপেটাত চলিছে এতিয়া সৰৱ চৰ্চা।

ৰাজ্যবাসীয়ে মহাবীৰজনক স্মৰণ কৰাৰ এদিন পাছতেই এনেদৰে চূড়ান্তভাৱে অপমান কৰা কাৰ্য সহজভাৱে ল’ব পৰা নাই আৰু এই সমগ্ৰ বিষয়টো তদন্ত কৰি ইয়াৰ আঁৰত থকা ব্যক্তিক উচিত শাস্তি প্ৰদান কৰাৰো দাবী জনাইছে সচেতন ৰাইজে।

Recent News

বোকাখাতত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন: ‘স্বাধীনতাৰ ৰ’দ কাঁচলিত বোকাখাত’ নামৰ গ্ৰন্থ উন্মোচন

বোকাখাতত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন: ‘স্বাধীনতাৰ ৰ’দ কাঁচলিত বোকাখাত’ নামৰ গ্ৰন্থ উন্মোচন

Independence day

স্বাধীনোত্তৰ ভাৰতৰ পাঁচ ঐতিহাসিক তথা গুৰুত্বপূৰ্ণ ঘটনাৱলী আৰু সিদ্ধান্ত

‘Vande Mataram’ instead of hello মহাৰাষ্ট্ৰৰ চৰকাৰী বিষয়াসকলে ফোনকলৰ উত্তৰ দিওঁতে ‘হেল্ল’’ৰ সলনি ক’ব লাগিব ‘বন্দে মাতৰম’

‘Vande Mataram’ instead of hello মহাৰাষ্ট্ৰৰ চৰকাৰী বিষয়াসকলে ফোনকলৰ উত্তৰ দিওঁতে ‘হেল্ল’’ৰ সলনি ক’ব লাগিব ‘বন্দে মাতৰম’

Independence Day

বিজ্ঞান আৰু প্ৰযুক্তিৰ ৭৫ বছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd