• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ল’কডাউনত প্ৰয়োজনীয় ঔষধ, খাদ্য সামগ্ৰীৰ অভাৱত পৰিছে মহাভাৰতত ইন্দ্ৰৰ চৰিত্ৰত অভিনয় কৰা এইগৰাকী অভিনেতা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 21, 2020 11:27 pm

1 min read

ল’কডাউনত প্ৰয়োজনীয় ঔষধ, খাদ্য সামগ্ৰীৰ অভাৱত পৰিছে মহাভাৰতত ইন্দ্ৰৰ চৰিত্ৰত অভিনয় কৰা এইগৰাকী অভিনেতা

শতীশ কৌল

1.4k
VIEWS
Share on FacebookShare on Twitter

ল’কডাউনৰ সময়ত তীব্ৰ আৰ্থিক আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱত ভুগিছে মহাভাৰতত ইন্দ্ৰৰ চৰিত্ৰ ৰূপায়ন কৰা জনপ্ৰিয় পঞ্জাৱী অভিনেতা শতীশ কৌলে।

বৰ্ষীয়ান অভিনেতা গৰাকীয়ে ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে ঘোষণা কৰা ল’কডাউনে তেওঁৰ বাবে সংকত কঢ়িয়াই আনিছে বুলি কয়।

অভিনেতা গৰাকীয়ে আনকি প্ৰয়োজনীয় ঔষধ, সামগ্ৰী আৰু মৌলিক প্ৰয়োজনী বস্তুৰ বাবে কষ্ট কৰিবলগীয়া হৈছে বুলি কয়।

‘‘মই অভিনয় উদ্যোগক সহায়ৰ বাবে আহ্বান জনাইছো…..মই অভিনেতা হিচাপে যথেষ্ট সমাদৰ লাভ কৰিছো….কিন্তু বৰ্তমান সময়ত মানুহৰ জীয়াই থকাৰ বাবে প্ৰয়োজনীয় কিছু সামগ্ৰীৰ মোক প্ৰয়োজন হৈছে,’’ দুখেৰে শতীশ কৌলে উল্লেখ কৰে।

উল্লেখযোগ্য যে, জনপ্ৰিয় ধাৰাবাহিক মহাভাৰতত শতীশ কৌলে অভিনয় কৰা ইন্দ্ৰৰ চৰিত্ৰ সকলোৰে মনত আজিও সজীৱ হৈ আছে।

অভিনেতা গৰাকীয়ে ধাৰাবাহিকখনত ৰূপায়ন কৰা ইন্দ্ৰৰ চৰিত্ৰৰ যোগেৰে দৰ্শক তথা ৰাইজৰ যথেষ্ট সমাদৰ লাভ কৰিছিল।

Recent News

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd