DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলি আছে, মোক আঁতৰাই দলৰ একাংশ নেতা নিষ্কন্টক হ’ব বিচাৰিছে : মহন্ত

অনির্বান পাঠক by অনির্বান পাঠক
March 14, 2019 5:45 pm
18aae356-cfa1-491e-ad5e-92c7422b58d2

বৃহস্পতিবাৰে দিচপুৰত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

665
VIEWS
Share on FacebookShare on Twitter

‘’বিজেপিৰে পুনৰ মিত্ৰতা অগপৰ সিদ্ধান্ত নাছিল। এনে সিদ্ধান্ত কাৰ্য নিৰ্বাহকে লোৱা নাছিল। এয়া সাধাৰণ পৰিষদৰো সিদ্ধান্ত নহয়। কিয়নো এনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ সাধাৰণ পৰিষদৰ সন্মতি প্ৰয়োজন। বিজেপিৰে মিত্ৰতা অগপৰ চাৰি পাঁচজন নেতাৰ একপক্ষীয় সিদ্ধান্ত মাথোঁ,’’-বৃহস্পতিবাৰে দিচপুৰৰ হোটেল ৰাজধানী ৰিজেঞ্চিত এখন সংবাদমেলত এই মন্তব্য প্ৰাক্তন মুখ্য মন্ত্ৰী তথা অগপৰ জ্যেষ্ঠ নেতা প্ৰফুল্ল কুমাৰ মহন্তৰ।

অগপ নেতৃত্বৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি মহন্তই অভিযোগ কৰে যে ‘’মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলি আছে। মোক আঁতৰাই দলৰ একাংশ নেতা নিষ্কন্টক হ’ব বিচাৰিছে।‘’

আনহাতে, মহন্তই লগতে জানিবলৈ দিয়ে যে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুতৰ বাবে এখন ৯ জনীয়া সমিতি গঠন কৰা হৈছিল। কিন্তু এই সমিতিৰ মাত্ৰ এখন সভাহে হৈছিল। তদুপৰি, দলৰ এই নেতৃত্বই এখনো সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত কৰা নাই।

ইপিনে, তেওঁ ৰাজ্যপাল আৰু পত্নী ড০ জয়শ্ৰী গোস্বামী মহন্তক লোকসভা বা ৰাজ্যসভাৰ টিকট দিয়াৰ কথা প্ৰকাশ পোৱা বাতৰি ভিত্তিহীন আখ্যা দিয়ে মহন্তই। এই বিষয়ত তেওঁ অৱগত নহয় বুলিও সদৰী কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে।

বিজেপিৰ সৈতে মিত্ৰতাৰ বাবে অগপৰ ক্ষতি হ’ব বুলি উল্লেখ কৰি মহন্তই লগতে কয়, ‘’এইবাৰ লোকসভা নিৰ্বাচনত মই কাৰোৰে হৈ প্ৰচাৰ চলাব নাযাঁও।‘’

Recent News

ৰুশ্বদী সুস্থ হৈ উঠা বুলি জানি মুখলৈ পানী আহিল লেখকগৰাকীৰ প্ৰাক্তন পত্নী ভাৰতীয় মডেল পদ্ম লক্ষ্মীৰ

ৰুশ্বদী সুস্থ হৈ উঠা বুলি জানি মুখলৈ পানী আহিল লেখকগৰাকীৰ প্ৰাক্তন পত্নী ভাৰতীয় মডেল পদ্ম লক্ষ্মীৰ

Nagaland

নাগালেণ্ডত বিদ্ৰোহী গোটৰ আক্ৰমণত আহত অসম ৰাইফলছৰ দুই জোৱান

Rape

বলপূৰ্বক গৰ্ভপাতৰ চেষ্টা: মৃত্যুক সাবটিলে ধৰ্ষিতা যুৱতীয়ে

স্বাধীনতা দিৱসৰ কবিতা

স্বাধীনতা দিৱসৰ কবিতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd